Shuru
Apke Nagar Ki App…
বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
Assam Update
বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
More news from অসম and nearby areas
- বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক1
- MAJULI BREAKING @ ৰঙালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। ফেৰী পৰা পানীত পৰা যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।1
- Datura flowers1
- Aisa rasta Kajol1
- নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।3
- বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহু বলিয়া ৰাইজ, পহিলা ব'হাগ দিনা মথুৰাপুৰত প্ৰতি বছৰৰ দৰে এইবছৰও চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰ বাসীৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক " মুকলি বিহু " অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ কাৰ্য্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰোৎপল গগৈয়ে, বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে আৰু সমান্তৰালকৈ ষোল্লখন বিহুৱান উত্তোলন কৰে ষোল্লগৰাকী বিশিষ্ট ব্যক্তিয়ে। ছহিদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল মেচে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইয়ে। নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে। অনুষ্ঠানত উদ্যোমী মহিলা চুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। বিহুতলীত জ্যেষ্ঠ সকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে। লগতে জ্যেষ্ঠ সকলে একলগে বিহুৰ জলপান গ্ৰহণ কৰে।1
- barikha huwar pasot amar gaon rasta1
- সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে1