logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

1 day ago
user_Imdad hussain
Imdad hussain
চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
1 day ago
d5296a6e-7e1a-41a6-8941-b7f3940b7f82

More news from অসম and nearby areas
  • নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ‌ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।
    3
    নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ‌ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    16 hrs ago
  • Assamese sort video নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা
    1
    Assamese sort video 
নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    Salesperson গোলাঘাট, গোলাঘাট, অসম•
    20 hrs ago
  • Post by ত্ৰিদিপ দাস
    3
    Post by ত্ৰিদিপ দাস
    user_ত্ৰিদিপ দাস
    ত্ৰিদিপ দাস
    তিতাবৰ, যোৰহাট, অসম•
    16 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
  • এইবেলি নিকেতনখনৰ পৰা মুঠ ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ৩ জনে ডিষ্টিংচন, ৫ জনে ষ্টাৰ, ৪৫ জনে প্ৰথম বিভাগ, ৩২ জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰা এই নিকেতনৰ ছাত্ৰী অলংকৃতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীসকলক নিকেতন প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা ।
    2
    এইবেলি নিকেতনখনৰ পৰা মুঠ  ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ৩ জনে ডিষ্টিংচন, ৫ জনে ষ্টাৰ, ৪৫  জনে প্ৰথম বিভাগ, ৩২ জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।
পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰা এই নিকেতনৰ ছাত্ৰী অলংকৃতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। 
এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীসকলক নিকেতন প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা ।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    17 hrs ago
  • মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন শ্লোগানেৰে এক জাগৰণ সৃষ্টি কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    1
    মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন শ্লোগানেৰে এক জাগৰণ সৃষ্টি কৰে।
মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ। ৰাষ্টীয় পৰ্য্যায়ৰ ১৭ বছৰ অনূর্ধ্ব IPSC টীমৰ পৰা SGF ক্ৰিকেট শৃংখলাত উত্তৰ-পূৱৰ পৰা খেলাৰ সুযোগ লাভ নগাঁৱৰ নিশান্ত বৰাৰ
    1
    অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ। ৰাষ্টীয় পৰ্য্যায়ৰ ১৭ বছৰ অনূর্ধ্ব IPSC টীমৰ পৰা SGF ক্ৰিকেট শৃংখলাত উত্তৰ-পূৱৰ পৰা খেলাৰ সুযোগ লাভ নগাঁৱৰ নিশান্ত বৰাৰ
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    21 hrs ago
  • নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
    2
    নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.