logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আপোনাৰ ব্যৱহায় দোকান ৱেব চাইট promotion video আদিৰ প্ৰচাৰৰ বাবে যোগাযোগ কৰক আপোনাৰ ব্যৱহায় দোকান আদিৰ প্ৰচাৰৰ বাবে যোগাযোগ কৰক

1 hr ago
user_MR ABDUL MOTIN
MR ABDUL MOTIN
Journalist North Lakhimpur, Assam•
1 hr ago
d1b10ab9-276d-4d3e-8042-7b893d5195ad

আপোনাৰ ব্যৱহায় দোকান ৱেব চাইট promotion video আদিৰ প্ৰচাৰৰ বাবে যোগাযোগ কৰক আপোনাৰ ব্যৱহায় দোকান আদিৰ প্ৰচাৰৰ বাবে যোগাযোগ কৰক

More news from অসম and nearby areas
  • SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
    1
    SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ*



একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত।



মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক।


গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি।


কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে।


আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল।


যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন।


ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।


SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ*
একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত।
মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক।
গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি।
কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে।
আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল।
যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন।
ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    6 hrs ago
  • শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু, বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।
    4
    শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত 
*সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত
সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু,  বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    4 hrs ago
  • যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    2
    যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | 
যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে। চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    1
    বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান

বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে।

চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    1 day ago
  • নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/ 📰 জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে আকস্মিক মৃ/ত্যু/ চিকিৎসকৰ 🛑 নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/ 🛑 জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে সংঘটিত হয় শো/কা/ৱ/হ ঘ/ট/না। সমগ্ৰ ঘটনাৰ দৃশ্য জিমৰ CCTV কেমেৰাত বন্দী। #নগাঁও #nonfollowers #follower #highlightseveryone #focusaxom24
    1
    নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/

📰 জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে আকস্মিক মৃ/ত্যু/ চিকিৎসকৰ
🛑 নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/
🛑  জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে সংঘটিত হয় শো/কা/ৱ/হ ঘ/ট/না। সমগ্ৰ ঘটনাৰ দৃশ্য জিমৰ CCTV কেমেৰাত বন্দী।
#নগাঁও #nonfollowers #follower #highlightseveryone #focusaxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
    1
    চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা
চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল।
স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • বিশ্বনাথ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ শপত গ্ৰহণ। মূখ্য পৃষ্ঠপোষক বিধায়ক পল্লৱ লোচন দাস।
    1
    বিশ্বনাথ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ শপত গ্ৰহণ।
মূখ্য পৃষ্ঠপোষক বিধায়ক পল্লৱ লোচন দাস।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    11 hrs ago
  • সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 📰 গোলাঘাটত সাংবাদিক আ/ক্ৰ/ম/ণ/ক লৈ তীব্ৰ প্ৰতিবাদ 🛑 সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 🛑 ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা বন বিভাগৰ বিষয়া অংকুৰ মহন্ত আৰু প্ৰকাশ দাসক অনতিপলমে নিলম্বন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। #nonfollowers #followerseveryone #highlightseveryone #FocusAxom24 #newsfeed
    1
    সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 
📰 গোলাঘাটত সাংবাদিক আ/ক্ৰ/ম/ণ/ক লৈ তীব্ৰ প্ৰতিবাদ
🛑 সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 
🛑 ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা বন বিভাগৰ বিষয়া অংকুৰ মহন্ত আৰু প্ৰকাশ দাসক অনতিপলমে নিলম্বন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট।
#nonfollowers #followerseveryone #highlightseveryone #FocusAxom24 #newsfeed
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.