logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

1 hr ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
1 hr ago

চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।

More news from অসম and nearby areas
  • চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
    1
    চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা
চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল।
স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
  • এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    1
    এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    23 hrs ago
  • টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি। টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত ​দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।
    1
    টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি।
টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত ​দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।
    user_TINGKHONG NEWS TODAY
    TINGKHONG NEWS TODAY
    Media and information sciences faculty Tingkhong, Dibrugarh•
    6 hrs ago
  • শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু, বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।
    4
    শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত 
*সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত
সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু,  বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    2
    যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | 
যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে। চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    1
    বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান

বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে।

চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    20 hrs ago
  • নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
    3
    নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    22 hrs ago
  • চণ্টক বিহুবৰত ম'মবাতি সমদল মানসজ্যোতি চেতিয়াৰ আত্মাৰ শান্তিৰ বাবে দুর্ঘটনাস্থলীত ম'মবাতি লৈ সমদল স্থানীয়ৰ ভয়াৱহ বান বিভিষিকাৰ সময়ত মানস জ্যোতি চেতিয়াৰ সহায়ৰ কথা সোঁৱৰিলে ৰাইজে
    1
    চণ্টক বিহুবৰত ম'মবাতি সমদল

মানসজ্যোতি চেতিয়াৰ আত্মাৰ শান্তিৰ বাবে দুর্ঘটনাস্থলীত ম'মবাতি লৈ সমদল স্থানীয়ৰ

ভয়াৱহ বান বিভিষিকাৰ সময়ত মানস জ্যোতি চেতিয়াৰ সহায়ৰ কথা সোঁৱৰিলে ৰাইজে
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.