Shuru
Apke Nagar Ki App…
এটা মিঠা মূহুৰ্তত
U song my videos
এটা মিঠা মূহুৰ্তত
More news from অসম and nearby areas
- Post by Sanowar Hussain1
- ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।1
- মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।1
- 📌নিথৰ হৈ আহিল সাহাবুউদ্দিন 📌কৰ্তব্যৰত অৱস্থাত সাহাবুউদ্দিন সৈতে ঘটিল কৰুণ ঘটনা 📌জুৰীয়াৰ শিমলুআটিত নিহত বন শ্বহীদ সাহাবুদ্দিনৰ বাসগৃহ 📌কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত দেওবাৰে অকাল মৃত্যুক সাৱটি লয় শিমলুআটি গাঁৱৰ সাহাব উদ্দিন।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।1
- "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া1
- Post by Sakandar Ali1
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1