Shuru
Apke Nagar Ki App…
ধুবুৰী নিৰ্বাচনী বিষয়া কাৰ্যালয়ত লণ্ড-ভণ্ড।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্হিত হৈ আটক কৰে ব্যক্তিজনক। এজন ব্যক্তিয়ে কাৰ্যালয়ৰ ভিতৰত কাটৰ টুকুৰা লৈ প্ৰৱেশ কৰি কাৰ্যালয়ৰ গেটৰ গ্লাছ আৰু তিনিটাকৈ কম্পিউটাৰ ভাঙি পেলায় । নিৰ্বাচনী বিষয়া কাৰ্যালয়ত আক্ৰমণ কৰা ব্যক্তিজন ধুবুৰী জিলাৰ পানবাৰীৰ আব্দুল ৰছিদ বুলি জানিব পৰা গৈছে। আব্দুল ৰছিদৰ পৰিয়ালৰ এজন লোকে ডি ভোটাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি খঙত অগ্নিশৰ্মা হৈ নিৰ্বাচনী বিষয়া কাৰ্যায়লত আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।
Amar Dhubri
ধুবুৰী নিৰ্বাচনী বিষয়া কাৰ্যালয়ত লণ্ড-ভণ্ড।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্হিত হৈ আটক কৰে ব্যক্তিজনক। এজন ব্যক্তিয়ে কাৰ্যালয়ৰ ভিতৰত কাটৰ টুকুৰা লৈ প্ৰৱেশ কৰি কাৰ্যালয়ৰ গেটৰ গ্লাছ আৰু তিনিটাকৈ কম্পিউটাৰ ভাঙি পেলায় । নিৰ্বাচনী বিষয়া কাৰ্যালয়ত আক্ৰমণ কৰা ব্যক্তিজন ধুবুৰী জিলাৰ পানবাৰীৰ আব্দুল ৰছিদ বুলি জানিব পৰা গৈছে। আব্দুল ৰছিদৰ পৰিয়ালৰ এজন লোকে ডি ভোটাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি খঙত অগ্নিশৰ্মা হৈ নিৰ্বাচনী বিষয়া কাৰ্যায়লত আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।
More news from অসম and nearby areas
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।1
- ধুবুৰীৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গুণ্ডাগিৰি। সাংবাদিকৰ মূৰত পিস্তল লগাই হত্যাৰ ভাবুকি ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদাৰ। আৰক্ষীৰ ভাবুকিত নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক। বালাজান অঞ্চলৰ দুৰ্নীতি অনিয়মৰ বাতৰি কৰাই দোষ নে সাংবাদিক সহিদুল হকৰ? বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদা ৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল। শনিবাৰ নিশা আঠ বজাত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি আৰক্ষী বিষয়া মেলছোদাই দুই আৰক্ষী কনিষ্টবলক লগত লৈ বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ। আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক অত্যাচাৰ। তিনিঘণ্টামানৰ মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি।কাৰোবাক অবগত কৰিলে দিয়ে এনকাউন্টাৰৰ ভাবুকি। চৰম নিৰাপত্তাত ভুগি দেওবাৰ নিশা গৌৰীপুৰ থানাত দাখিল কৰে এজাহাৰ। বাইট : সহিদুল হক।1
- Post by Md Romio Mehadi1
- Post by T News1
- Post by Sakandar Ali2
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1
- অবিভক্ত গোবালপাৰা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই অনুসূচিত জনজাতি (ST) মৰ্যাদা প্ৰদানৰ দাবীত আজি তামাৰহাটত এক বিশাল বাইক ৰেলি উলিয়ায়। তামাৰহাট আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই ৰেলি বালাজান অভাৰব্ৰিজলৈকে ৰাষ্ট্ৰীয় ঘাইপথ ১২৭বি পথেৰে অগ্ৰসৰ হয়।1