logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

হাটশিণিমাৰীৰ শান্তিপুৰত সুখচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ। আজি নিশা সুখচৰ আৰক্ষীয়ে শান্তিপুৰত অভিযান চলাই ১৫০ টা কফ ছিৰাপৰ লগতে এজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী জনৰ নাম মিনাৰুল ইছলাম বুলি জানিব পৰা গৈছে।

on 17 February
user_Md Romio Mehadi
Md Romio Mehadi
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
on 17 February

হাটশিণিমাৰীৰ শান্তিপুৰত সুখচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ। আজি নিশা সুখচৰ আৰক্ষীয়ে শান্তিপুৰত অভিযান চলাই ১৫০ টা কফ ছিৰাপৰ লগতে এজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী জনৰ নাম মিনাৰুল ইছলাম বুলি জানিব পৰা গৈছে।

More news from অসম and nearby areas
  • ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে, আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে। উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    1
    ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে,
আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে।
উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে।
ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    17 hrs ago
  • Saljuri No1.gossaigaon . Kokrajhar
    1
    Saljuri No1.gossaigaon . Kokrajhar
    user_Saljuri
    Saljuri
    গোঁসাইগাঁও (অংশ), কোকৰাঝাৰ, অসম•
    22 hrs ago
  • পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    1
    পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    4 hrs ago
  • Post by Bijoy mandal
    1
    Post by Bijoy mandal
    user_Bijoy mandal
    Bijoy mandal
    বকো, কামৰূপ, অসম•
    14 hrs ago
  • 4video.mmmmmmmmmmm
    4
    4video.mmmmmmmmmmm
    user_9864552610
    9864552610
    Security Guard মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    11 hrs ago
  • 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    1
    📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা।
📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ।
📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    2 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    19 hrs ago
  • আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    1
    আনন্দ উল্লাসৰ মাজেৰে 
তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.