Shuru
Apke Nagar Ki App…
জুবিন গাৰ্গৰ অন্তিম ছবি ‘বৈ ৰে বিনালে’ এতিয়া ইউটিউবত উপলব্ধ অৱশেষত ইউটিউবত মুক্তি পালে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম ছবি ‘বৈ ৰে বিনালে’। উপলব্ধ হোৱাৰ পিছতে ছবিখন চাবলৈ দৰ্শকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। সামাজিক মাধ্যমতো ছবিখনক লৈ চৰ্চা অব্যাহত আছে। Assamese News Update
Local Reports

More news from অসম and nearby areas
- বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1

- ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা।1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়। মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।1
- মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা। 🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। 🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। Focus Axom 24 — Truth, Time, and Trust News Desk Report . . . . #everyone #FocusAxom24 #nonfollowers #follower #highlightseveryone1
- আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো1