মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা। 🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। 🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। Focus Axom 24 — Truth, Time, and Trust News Desk Report . . . . #everyone #FocusAxom24 #nonfollowers #follower #highlightseveryone

- ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা।1
- লখিমপুৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফল সম্পন্ন লখিমপুৰৰ কদম ৰাজহচক্ৰৰ বগীনদীত ইম্মৰটেল ৱাৰিয়ৰ্চৰ ট্ৰাইল্চ সফলভাৱে সম্পন্ন হয়। #shurunews1
- শিৱসাগৰত আৰক্ষীৰ পোছাক পিন্ধি ব্ৰয়লাৰসহ বাহন হাইজেকঃGPS-ৰ সূত্ৰ ধৰি উদ্ধাৰ | শিৱসাগৰত আৰক্ষীৰ পোছাক পৰিহিত ৭ জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ ব্ৰয়লাৰ কুকুৰা কঢ়িওৱা এখন পিক-আপ বাহন হাইজেক কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী-গৌৰীসাগৰ সমীপৰ জামুগুৰিত দুৰ্বৃত্তৰ দলটোৱে বাহনখন ৰখাই চালক আৰু সহকৰ্মীজনক হাত-ভৰি আৰু চকুত কাপোৰ বান্ধি মৰাণত পেলাই থৈ বাহনসহ উধাও হয়। অৱশ্যে বাহনখনত জিপিএছ (GPS) ট্ৰেকাৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে তৎকালীনভাৱে অনুসন্ধান চলাই শিৱসাগৰ নগৰৰ টেক্সি আলিৰ এটা আৱাসিক গৃহৰ পৰা আটাইখিনি ব্ৰয়লাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক অনুসন্ধানত দাৰিগ আৰু মন্তি নামৰ দুজন ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে যদিও অভিযুক্তসকল বৰ্তমান পলাতক। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।1
- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1
- ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- কৃষকৰ বাবে সুখবৰ! গোলাঘাটত শুভ মুকলি উজনি অসমৰ প্ৰথমটো JEM COMBINE HARVESTER ডিলাৰ কৃষকৰ বাবে সুখবৰ! গোলাঘাটত শুভ মুকলি উজনি অসমৰ প্ৰথমটো JEM COMBINE HARVESTER ডিলাৰ—EAST INDIA AGRO; ঘণ্টাত ৪ বিঘালৈ ধান কটা-মৰণা কৰাৰ সুবিধা . . . . গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ'ৰ্ট Focus axom 24 focus axom 24 #AssamNews #GolaghatNews #FarmerNews #CombineHarvester #AgricultureAssam1
- আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো আকাশত জোনবাইৰ এক বিৰল দৃশ্য বন্দী কেমেৰাত জোনৰ লগতে তৰা জিলিকি থকা দৃশ্য দেখি হতভম্ব সকলো1
- মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়। মৰিগাঁৱৰ অগপ কাৰ্যালয়ত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা মৰিগাঁও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আজি মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ (অগপ) কাৰ্যালয়ত উপস্থিত হয়।1