Shuru
Apke Nagar Ki App…
আপুনি যদি মন পছন্দ এখন বাইক -স্কুটি ল'ব বিচাৰি আছে । আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ দিলাৰত যিকোনো বাইক Exchange কৰি আপোনাৰ মন পছন্দ বাইক খন লৈ যাব পাৰে। লগতে laon ৰ সুবিধা আছে। 070868 66032 যোগাযোগ দেৰগাঁও, গোলাঘাট,অসম পিন :- ৭৮৫৬১৪
Bitupon Majhi
আপুনি যদি মন পছন্দ এখন বাইক -স্কুটি ল'ব বিচাৰি আছে । আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ দিলাৰত যিকোনো বাইক Exchange কৰি আপোনাৰ মন পছন্দ বাইক খন লৈ যাব পাৰে। লগতে laon ৰ সুবিধা আছে। 070868 66032 যোগাযোগ দেৰগাঁও, গোলাঘাট,অসম পিন :- ৭৮৫৬১৪
More news from Golaghat and nearby areas
- গোলাঘাট উপহাৰ খেল ! টিকটৰ বাবে যোগাযোগ- 069011 376981
- নগাঁৱৰ চহৰৰ গোলাঘাট ষ্টেণ্ডত ৰাইজৰ ৰোষত এটা চুৰ মন্দিৰৰ মূল্যবান সামগ্ৰী চুৰিৰ সন্দেহত আটক চুৰটোক . . .1
- কাৰ্গিল বিজয় দিৱস উপলক্ষে গোলাঘাট খুমটাইৰ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বিশেষ আয়োজন। খুমটাইৰ জাচিংফা লেখিকা সমাৰোহৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কাৰ্গিল বিজয় দিৱস।1
- গোলাঘাট, বৰজানত আহাকালি ঘোষনা কৰা হব ফলাফল কাউন্টডাউন আৰাম্ভ1
- নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত মৃত্যু হোৱা বন্যহস্তীক গোপনে সমাধিস্থ কৰা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বনবিভাগে। শুকুৰবাৰে দিল্লীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ (WILDLIFE CRIME CONTROL BUREAU) ৰ পৰিদৰ্শক ড° এ প্ৰগতিশে বন্যহস্তীটোৰ মৃত্যু হোৱাৰ স্থান ত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনাত জড়িত আৰু কেইবাজনো বিষয়া কৰ্মচাৰী গ্ৰপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । ঘটনা সন্দৰ্ভত আজি গোলাঘাট ত ইতিমধ্যে উপস্থিত হৈছে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। গোলাঘাট উপায়ুক্ত কাৰ্য্যলয়ৰ এক বৈঠকত মিলিত হব গোলাঘাটৰ বন প্ৰাধীকাৰী বিষয়া আৰু আয়ুক্তৰ ৰ লগত।1
- চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্বঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভঃ ইউনেস্ক', কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আটাছু গোলাঘাট জিলা সমিতিৰ1
- আজি কাৰ্গিল বিজয় দিৱস । দেশে উদযাপন কৰিছে গৌৰৱোজ্জ্বল দিৱসটি । কাৰ্গিল যুদ্ধ বুলিলেই সদায় বিশেষ হৈ আহিছে খুমটাই । কিয়নো এই যুদ্ধৰ প্ৰধান সেনাপতিজন আছিল খুমটাইৰ সন্তান।কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি কৰা হ'ল বিশেষ আয়োজন । খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দিৱসটি । অংশ লৈছে জিন্টু গগৈৰ পৰিয়ালৰ লগতে খুমটাইৰ ৰাইজে । আমাৰ এক প্ৰতিবেদন1
- গোলাঘাট জিলাৰ প্ৰথম লক্ষ্ণৌ ক্কাৰী, ক্কাৰী আৰশ্বাদ আলী চাহাবৰ মধুৰ কন্ঠত এটি চুৰা শুনো আহক।1