Shuru
Apke Nagar Ki App…
নিৰুদ্দেশ মৰিগাঁও জিলাৰ গাগলমাৰী আশীঘৰৰ আবু লায়েশৰ পুত্ৰ বালিমুখ নতুন বজাৰৰ কম্পিউটাৰ দোকানী মিজানুৰ ৰহমান যোৱা ৰাতি ৯:০০ বজাত মৰিগাৱৰ পৰা ঝাৰগাওঁ আহি থকা অৱস্থা নিৰুদ্দেশ হৈছে ৷ গতিকে কোনোবা সদাশয় ব্যক্তিয়ে কৰবাত দেখাপালে অনুগ্ৰহ কৰি 9864376929 নম্বৰ যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ’ল ৷ জানিবপৰা মতে মৰিগাঁৱৰ পৰা চন্দ্ৰপুৰ যোৱা এখন গড়ীৰে আহি আছিল ৷ হঠাৎ মবাইল বন্ধ হয় আৰু এতিয়ালৈ কোনো খৱৰ পোৱা নাই পৰিয়ালৰ লোকে ৷
Rajesh Deb

More news from Chandrapur and nearby areas
- নিৰুদ্দেশ মৰিগাঁও জিলাৰ গাগলমাৰী আশীঘৰৰ আবু লায়েশৰ পুত্ৰ বালিমুখ নতুন বজাৰৰ কম্পিউটাৰ দোকানী মিজানুৰ ৰহমান যোৱা ৰাতি ৯:০০ বজাত মৰিগাৱৰ পৰা ঝাৰগাওঁ আহি থকা অৱস্থা নিৰুদ্দেশ হৈছে ৷ গতিকে কোনোবা সদাশয় ব্যক্তিয়ে কৰবাত দেখাপালে অনুগ্ৰহ কৰি 9864376929 নম্বৰ যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ’ল ৷ জানিবপৰা মতে মৰিগাঁৱৰ পৰা চন্দ্ৰপুৰ যোৱা এখন গড়ীৰে আহি আছিল ৷ হঠাৎ মবাইল বন্ধ হয় আৰু এতিয়ালৈ কোনো খৱৰ পোৱা নাই পৰিয়ালৰ লোকে ৷1
- ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজন। আহত দুগৰাকী কলাইগাওঁ খাচ বৰক'লাৰ কমল চহৰীয়া(৩৪) আৰু বুবুল চহৰীয়া(৩৮)। ছিপাঝাৰৰ ঘোঁৰাবান্ধাত এই দূৰ্ঘটনা।দুয়োগৰাকীয়ে এখন স্কুটিৰে আহি এজন চাইকেল আৰোহীক খুন্দিয়াই। আহত হোৱা নাই চাইকেল আৰোহী। স্কুটি খনৰ নং AS13 N 7316 (Activa)। দুয়োগৰাকীকে স্থানীয় ৰাইজে ভৰ্তি কৰায় ছিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত।1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল সমবায়খনৰ প্ৰাক্তন সভাপতিয়ে অনা অভিযোগ অস্বীকাৰ আৰু ভুৱা আখ্যা বৰ্তমানৰ সভাপতিৰ1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল।...1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল।1
- গুৱাহাটী দিঘলী পুখুৰীত আহিলোঁ। ঐ ঘন্টা ভালকে ফটো উঠ । নুঠো ফটো কি কৰিবি। নাওঁত উঠিলোঁ Sasanka4x1
- গুৱাহাটী পাৰাঘাটত অৰ্দ্ধদেহ উদ্ধাৰ মূহুৰ্তত/জাহাজঘাটৰ কৰ্মচাৰীয়ে দেখিল/আৰক্ষীক খবৰ দিয়ে1
- ||মন্ত্ৰী জয়ন্ত মল্লৰ তৎপৰতাঃএইমছ গুৱাহাটী, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বুজাবুজি চুক্তি||1