Shuru
Apke Nagar Ki App…
ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজন। আহত দুগৰাকী কলাইগাওঁ খাচ বৰক'লাৰ কমল চহৰীয়া(৩৪) আৰু বুবুল চহৰীয়া(৩৮)। ছিপাঝাৰৰ ঘোঁৰাবান্ধাত এই দূৰ্ঘটনা।দুয়োগৰাকীয়ে এখন স্কুটিৰে আহি এজন চাইকেল আৰোহীক খুন্দিয়াই। আহত হোৱা নাই চাইকেল আৰোহী। স্কুটি খনৰ নং AS13 N 7316 (Activa)। দুয়োগৰাকীকে স্থানীয় ৰাইজে ভৰ্তি কৰায় ছিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত।
Mintu Karmakar
ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজন। আহত দুগৰাকী কলাইগাওঁ খাচ বৰক'লাৰ কমল চহৰীয়া(৩৪) আৰু বুবুল চহৰীয়া(৩৮)। ছিপাঝাৰৰ ঘোঁৰাবান্ধাত এই দূৰ্ঘটনা।দুয়োগৰাকীয়ে এখন স্কুটিৰে আহি এজন চাইকেল আৰোহীক খুন্দিয়াই। আহত হোৱা নাই চাইকেল আৰোহী। স্কুটি খনৰ নং AS13 N 7316 (Activa)। দুয়োগৰাকীকে স্থানীয় ৰাইজে ভৰ্তি কৰায় ছিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত।
More news from Sipajhar and nearby areas
- ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজন। আহত দুগৰাকী কলাইগাওঁ খাচ বৰক'লাৰ কমল চহৰীয়া(৩৪) আৰু বুবুল চহৰীয়া(৩৮)। ছিপাঝাৰৰ ঘোঁৰাবান্ধাত এই দূৰ্ঘটনা।দুয়োগৰাকীয়ে এখন স্কুটিৰে আহি এজন চাইকেল আৰোহীক খুন্দিয়াই। আহত হোৱা নাই চাইকেল আৰোহী। স্কুটি খনৰ নং AS13 N 7316 (Activa)। দুয়োগৰাকীকে স্থানীয় ৰাইজে ভৰ্তি কৰায় ছিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত।1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল সমবায়খনৰ প্ৰাক্তন সভাপতিয়ে অনা অভিযোগ অস্বীকাৰ আৰু ভুৱা আখ্যা বৰ্তমানৰ সভাপতিৰ1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল।...1
- ছিপাঝাৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতি আব্দুল কাছিমৰ সংবাদমেল।1
- #দৰঙৰ দিপীলা হাতীমাৰা নগাঁও ত নাট কৰ্মশালাৰ সামৰণী। #দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দিপীলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাতীমাৰা নগাঁও হিৰাপাৰা প্ৰাথমিক বিদ্যালয়ত সাধনা যোগ কেন্দ্ৰৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সহযোগত ২১ জুলাই ৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ আজি সামৰণী পৰে ।1
- #দৰঙৰ কৃষকসকলৰ বাবে শুভ সংবাদ দৰং জিলা কৃষি বিভাগৰ ৷ বানপীড়িত কৃষকসকলক কঠিয়া যোগান ধৰিব বিছাৰিছে কৃষি বিভাগে ৷ #বছৰৰ প্ৰথমতো বানপানীয়ে জিলাখনৰ বিশেষকৈ মঙলদৈ সমষ্টি আৰু ছিপাঝাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰলংকৰী বানপানীয়ে বিনস্ত কৰিছিল কৃষকৰ শালিধানৰ কঠিয়া ৷ #চৰকাৰী হিচাব অনুসৰি বানপানীয়ে মাৰি নিছিল জিলাখনৰ প্ৰায় ৪০০ হেক্টৰ মাটিৰ কঠিয়া ৷ #বানপানীৰ পিছত কৃষকে পুনৰ কঠিয়া সিচিবলৈ উপযুক্ত কৃষি ভূমিৰ অভাৱ অনুভৱ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰস্তুত কৰিছে দৰং জিলা কৃষি বিভাগে শালিধানৰ কঠিয়া ৷ #দলগাওঁ বীজ পামত ১৫০ হেক্টৰ ভূমিত প্ৰস্তুত কৰা ৰঞ্জিত চাৱ-১ আৰু বাহাদুৰ চাৱ-১ নামৰ উন্নত শালিধানৰ কঠিয়া বিনামূলীয়াকৈ কৃষকে লাভ কৰিব ৷1
- নিৰুদ্দেশ মৰিগাঁও জিলাৰ গাগলমাৰী আশীঘৰৰ আবু লায়েশৰ পুত্ৰ বালিমুখ নতুন বজাৰৰ কম্পিউটাৰ দোকানী মিজানুৰ ৰহমান যোৱা ৰাতি ৯:০০ বজাত মৰিগাৱৰ পৰা ঝাৰগাওঁ আহি থকা অৱস্থা নিৰুদ্দেশ হৈছে ৷ গতিকে কোনোবা সদাশয় ব্যক্তিয়ে কৰবাত দেখাপালে অনুগ্ৰহ কৰি 9864376929 নম্বৰ যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ’ল ৷ জানিবপৰা মতে মৰিগাঁৱৰ পৰা চন্দ্ৰপুৰ যোৱা এখন গড়ীৰে আহি আছিল ৷ হঠাৎ মবাইল বন্ধ হয় আৰু এতিয়ালৈ কোনো খৱৰ পোৱা নাই পৰিয়ালৰ লোকে ৷1
- 80th Foundation Day of Darrang College, Tezpur. দৰং মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস।1