Shuru
Apke Nagar Ki App…
গোলাপাৰা পঞ্চায়ত বজাৰৰ পৰা মাত্ৰাঘোলা পাৰঘাট লৈ যোৱাৰ পথ নে পথাৰ নে পুখুৰী ধৰিৱই নোৱাৰিৱ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কোকিলাৰ গোলাপাৰাৰ পৰা মাত্ৰাগোলা পাৰ ঘাটলৈ যোয়াৰ পথ ছিঙি ৰাইজৰ যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক অৱগত কৰাৰ পিছতো গুৰত্ব দিয়া নাই যাৰ বাবে আজি ৰাইজে বাহেৰে দলং নিৰ্মাণ কৰাৰ কামৰ শুভাৰম্ভ কৰে।
Ram is back...

More news from Bongaigaon and nearby areas
- বঙাইগাঁও জিলাৰ অভয়াপুৰীত পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা1
- বৃহত্তৰ বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত সাধাৰণ সভা সম্পূৰ্ণ:::বৰপেটা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ =============================== বৰপেটাৰোড নাগৰিক সমাজৰ উদ্যোগত ৰেল বিভাগে ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল দাবীত আজি এখন সাধাৰণ সভা সম্পূৰ্ণ উক্ত সভাত অতিৰিক্ত আয়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া, ৰেল বিভাগৰ বিষয়াৰ লগতে বৰপেটাৰোডৰ কেইবাটাও দল সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক সমাজৰ অৰ্ধশতাধিক লোক উপস্থিত থকা সভাত বৰপেটাৰোডৰ ৰেলৱে ক্ৰছিং গেট বন্ধ কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ লগতে ৰেলৱে উৰণীয়া সেতুখনত সংলগ্ন কৰি ফুট ব্ৰীজত জ্যেষ্ঠ নাগৰিক, ৰোগী সকলে সহজে পাৰ হব পৰাকৈ লিফ্টৰ ব্যৱস্থা কৰা আৰু ৰেল স্তৱশ্বনৰ উত্তৰ দিশত টিকট কাউণ্টাৰ স্থাপন কৰাৰ বাবে এখন ৭ দফীয়া দ্বাবি সম্বলিত স্মাৰক পত্ৰ অতিৰিক্ত জিলা আযুক্তৰ যোগে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে।1
- বিজেপি বঙাইগাঁও জিলা যুৱ মৰ্চাৰ উদ্যোগত নৰ্থ বঙাইগাঁৱত কাৰ্গিল বিজয় দিৱস পালন। নৰ্থ বঙাইগাঁওস্থিত বৌ বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱস।1
- ঐতিহ্যমণ্ডিত বৰপেটাসত্ৰ || Barpeta satra ||1
- Majgaon নতুন Waterfall Bongaigaon Assam || Ami banoriya vlogs1
- Bongaigaon ##to ## tibo mondir ##and assam and bageshori pahar1
- Bhumeswar Hill Bongaigaon // ৰাজা ঠাকুৰ বন্দিৰ আৰু শিলৰ গুহা // Joydip vlogs // Assamese Vlogs //1
- Outing with friends1