Shuru
Apke Nagar Ki App…
ৰূপহী হাটৰ কেইবাজনো গ্ৰাহকক সম্বৰ্ধনা হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত নতুন মহিন্দ্ৰা ইলেকট্ৰিক অটো বাহন "উড়ো"ৰ মুকলি অনুষ্ঠান। কেক কাটি মুকলি কৰা হয় নতুন ইলেক্ট্ৰিক বাহন উড়োৰ। বহু অত্যাধুনিক সা-সুবিধা সম্পন্ন এই মহিন্দ্ৰাৰ নতুন অটো বাহন
ৰূপহী অসম দৈনিক
ৰূপহী হাটৰ কেইবাজনো গ্ৰাহকক সম্বৰ্ধনা হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত হয়বৰগাঁও মহিন্দ্ৰা ডিলাৰত নতুন মহিন্দ্ৰা ইলেকট্ৰিক অটো বাহন "উড়ো"ৰ মুকলি অনুষ্ঠান। কেক কাটি মুকলি কৰা হয় নতুন ইলেক্ট্ৰিক বাহন উড়োৰ। বহু অত্যাধুনিক সা-সুবিধা সম্পন্ন এই মহিন্দ্ৰাৰ নতুন অটো বাহন
More news from অসম and nearby areas
- চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।1
- অৰুণোদয় আচনীয়ে হাঁহি বিৰিঙাইছে ৰাজ্যৰ লাখ মহিলা হিতাধিকাৰীক। চামগুৰি সমষ্টিৰ ভাটিয়াখালী গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ধন বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে আৰম্ভ। ঈদৰ আগতে ৯০০০ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰীসকল।1
- হাওৰাঘাটত অৰুণোদয় ৩.০ আঁচনি বিতৰণ ৰাজ্য চৰকাৰৰ। অসমত ৪০ লাখ মহিলাক প্ৰদান কৰা হয় অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি লাভ কৰি উৎফুল্লিত মহিলাসকল। অৰুণোদয় ৩.০ আঁচনিৰ ধনৰাশি বিতৰণ অনুষ্ঠানত হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক Darsing Ronghang, হাওৰাঘাট পৌৰ সভাৰ অধ্যক্ষ বিদ্যাছিং টেৰণ, ৱাৰ্ড কমিছনাৰ Ramesh Kemprai , Momit Khaklary , Arunoma Phanglosa, Gangaram Sahu , হাওৰাঘাট থানা কমিটিৰ অধ্যক্ষ Gautam Enghee , হাওৰাঘাট উন্নয়ন খণ্ডৰ BDO Champak Sharma উপস্থিত থাকে।4
- 📌অসমৰ ইতিহাসত সৰ্ববৃহৎ পুঁজি হস্তান্তৰ! অৰুনোদই আঁচনিত নৱ ইতিহাস – মুখ্যমন্ত্ৰী 📌“অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ পুঁজি” অৰুনোদই আঁচনি লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 📌অৰুনোদই আঁচনিত নৱ ৰেকৰ্ড! ইতিহাসৰ সৰ্ববৃহৎ পুঁজি হস্তান্তৰ – মুখ্যমন্ত্ৰী1
- মিজিকাজান চাহ বাগিছাত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশাল সভা1
- Post by HOJAI JUGIJAN NEWS1
- ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ1
- বিগত কিছুদিন ধৰি কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীৰ পমিলা জাৰনি আৰু ৰমনিপথাৰত এটা অসাধু চক্ৰই শক্তিশালী মেছিনেৰে নদীৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে । অবৈধ বালি আনন্দ ফলত নদীখনৰ দুয়ো পাৰৰ মথাউৰিত চৰম ভাবুকি আহি পৰাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ৷বিগত বৰ্ষত হোৱা ভয়াৱহ বানপানীৰ ফলত নদীখনৰ বহু ঠাইত মাথাউৰি চিগি নিয়াত চৰকাৰৰ অৱহেলা লক্ষ্য কৰি ৰাইজেই ভঙা পাৰসমূহ মেৰামতি কৰি আহিছিল ৷ সম্প্ৰতি অসাধু চক্ৰটোয়ে অবৈধভাৱে বালি খনন কৰাত এইবাৰৰ বাৰিষাত গৰাখহনীয়া হোৱাৰ সম্ভাৱনা আছে বুলি বন বিভাগক বাৰে বাৰে জনায়ো ৰাইজে কোনো সুফল পোৱা নাই।বালি খননত আতংকিত হৈ পৰা ৰাইজে আজি পমিলা জাৰনীৰ ছৈদুৰ ৰহমান, মতিউৰ ৰহমান, জাকিৰ হুছেইন, আনাৰ হুছেইন, হাবিজ উদ্দিন, জয়নাল আবদিন, ইক্ৰামূল হুছেইন আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে আজি কচুৱা থানাত গোচৰ তৰা বুলি জনা গৈছে ৷ বন বিভাগ আৰু আৰক্ষীয়ে কোনো পদক্ষেপ নললে সচেতন ৰাইজ অচিৰেই জিলা আয়ুক্তৰ কাষ চাপিব বুলি নৈ পৰীয়া ৰাইজে জানিবলৈ দিয়ে।4
- মিজিকাজান চাহ বাগিছাত আজি উপস্থিত হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমেন চৰেন ৷1