Shuru
Apke Nagar Ki App…
সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন ।ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। ভোটগ্ৰহণৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা গাড়ীচালক-হেণ্ডিমেনক ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ। আনহাতে থকা-খোৱাৰ সু-ব্যৱস্থা নকৰাত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ চালকসকল। ইফালে প্ৰয়োজনতকৈ কম পেট্ৰল-ডিজেল যোগান ধৰাত বিপাঙত পৰিছে চালকসকল।
Charaideo News & Entertainment
সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন ।ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। ভোটগ্ৰহণৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা গাড়ীচালক-হেণ্ডিমেনক ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ। আনহাতে থকা-খোৱাৰ সু-ব্যৱস্থা নকৰাত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ চালকসকল। ইফালে প্ৰয়োজনতকৈ কম পেট্ৰল-ডিজেল যোগান ধৰাত বিপাঙত পৰিছে চালকসকল।
More news from অসম and nearby areas
- সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ পোন্ধৰশৰোধিক গাড়ী চালক-হেণ্ডিমেন ।ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। ভোটগ্ৰহণৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা গাড়ীচালক-হেণ্ডিমেনক ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ। আনহাতে থকা-খোৱাৰ সু-ব্যৱস্থা নকৰাত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ চালকসকল। ইফালে প্ৰয়োজনতকৈ কম পেট্ৰল-ডিজেল যোগান ধৰাত বিপাঙত পৰিছে চালকসকল।1
- Post by Biswajit Don1
- চৰাইদেউ জিলাৰ লাকুৱা থানা তিনিআলিত থকা ডাকঘৰত নিশা দুৰ্বৃত্তই চুৰি কৰি নিলে ইনভাৰটাৰৰ বেটেৰি আৰু লকাৰৰ টকা ৷ আৰক্ষীক গোচৰ ডাকঘৰৰ কৰ্তৃপক্ষৰ1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞাই সমগ্ৰ শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ব্যক্ত কৰে মনৰ অনুভৱ1
- বিজেপিৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷3
- In this village 3No. Dibrujan nearly 400 voters are there every time we vote for the betterment of our area but No government pays attention to the problem of our village road .It becomes very difficult for all the common public special during the rainy season. village:- Dibrujan No. 3 (ward No. 29) panchayat:- Barmahajan Mouja:- Buri Dihing Constituency:- Margherita ( Digboi) MLA :- Rameswar teli ( BJP)1
- তিনিচুকীয়াত কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনৰ জনতাৰ প্ৰতি আবেদন তিনিচুকীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক এক গুৰুত্বপূর্ণ আবেদন জনায়। তেওঁ কয় যে আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যদি তিনিচুকীয়াৰ জনতাই তেওঁক ভোট প্ৰদান কৰি জয়যুক্ত কৰে, তেন্তে তেওঁ সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন সাধন আৰু ৰাইজৰ সকলো সমস্যাৰ সমাধানৰ বাবে দায়বদ্ধভাৱে কাম কৰিব। লগতে তেওঁ এই প্ৰতিশ্ৰুতি জনাই যে জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাটো তেওঁৰ প্ৰধান লক্ষ্য হ’ব।1
- ৰাইজৰ যথেষ্ট সঁহাৰি ডিমৌ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই শেষত ব্যক্ত কৰে এনেদৰে অনুভৱ।1