Shuru
Apke Nagar Ki App…
মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
Barpeta khabar
মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
More news from অসম and nearby areas
- মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia1
- নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।1
- চোৰাং ঔষধৰ পিছত এইবাৰ এলুমনিয়াম তাঁৰেৰে ভৰিছে ঘগ্ৰাপাৰ থানা৷* *এজন দুজন নহয়,এটা ৰাতিতে কৰায়ত্ব ৮ জনকৈ তাঁৰ চোৰ৷*1
- নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্যাপন1
- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ #AAMSU PROTEST DHEKIAJULI সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷1
- অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। #Breaking অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। দুৰ্নীতিৰ অভিযোগ তুলি তিব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ! অসম মালাৰ অধীনত বঙাইগাওঁ আৰু যোগীঘোপা সংযোগী ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। তথ্য অনুশৰি কালভাৰ্টটোৰ নিৰ্মাণকাৰ্যৰ প্ৰথম অৱস্থাত ঢালাই মাৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছ'লৈ কালভাৰ্টটোৰ ওপৰত প্ৰায় ২ ইঞ্চি বালি আৰু শিলৰ স্তৰ পেলাই পিচ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। কালভাৰ্টটোৰ নিৰ্মাণত প্ৰয়োজনীয় মানদণ্ড আৰু নিৰ্ধাৰিত নিয়ম-নীতি মানি নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযো ,উচিত তদন্ত কৰি নিৰ্মাণকাৰ্যৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে অনিয়ম ধৰা পৰিলে দায়ী পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। ইফালে, এই বিষয়টোক কেন্দ্ৰ কৰি শিঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে।1
- বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয় হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী #NewsUpdate #city #guwahati1