Shuru
Apke Nagar Ki App…
নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
News Headlines 24×7
নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
More news from অসম and nearby areas
- নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।1
- অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। ⭕ বৰপেটাৰ মিলেনিয়াম পাৰ্কতো বৰপেটা আৰু দক্ষিণ বৰপেটা জিলাৰ সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ⭕ আমছুৰ দাবী সমূহ -- (১) NATIONAL IDENTITY CARD প্রদান কৰক। (২) উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যাৱস্থা কৰক। (৩) ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক (৪) উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ কৰক। (৫) সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰক। (৬) মাটি ক্রয়-বিক্রিয়ত চলি থকা বৈষম্য আৰু নিষেধাজ্ঞা দূৰ কৰক। ( ৭) সাম্প্রদায়িক বিষবাষ্প বিয়পাই শান্তি-সম্প্রীতি বিনষ্ট কৰাৰ ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰক। (৮) ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ASSOCIATE PROFESSOR নিযুক্তি দিয়ক। (৯) উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত PG TEACHER নিযুক্তি দিয়ক। ( ১০) ৰাজ্যৰ মহাবিদ্যালয় সমূহত ছাত্র ছাত্রী অনুযায়ী পর্যাপ্ত আসনৰ ব্যৱস্থা কৰক।1
- কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী । 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী ।1
- বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয় হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী #NewsUpdate #city #guwahati1
- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।1
- এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি জয়ী হ'লে, ২০৩১ৰ বিধানসভা নির্বাচনত ১২৬ খন আসনতে বিজেপিয়ে জয়ী হ'ব': মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা1
- ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*1