logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*

8 hrs ago
user_Democracy Time
Democracy Time
Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
8 hrs ago

ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*

More news from অসম and nearby areas
  • ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*
    1
    ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    8 hrs ago
  • সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।
    1
    সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।
যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত  চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা। উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী। তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা। উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী। তামুলপুৰ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি আবেলি বিপিএফ (BPF) আৰু বিজেপি (BJP) দলৰ উদ্যোগত এক যৌথ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিটিচিত দুই দলৰ মিত্ৰজোঁটৰ সাংগঠনিক সমন্বয় শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এই সভাত বিপিএফ-বিজেপিৰ বহু নেতা-কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু মনেশ্বৰ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু মহেশ্বৰ বসুমতাৰী, এমচিএলএ খাম্ফা বৰগয়াৰী, ৰেখাৰাণী দাস বড়োকে ধৰি দুই দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে কয় যে তৃণমূল পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সমন্বয় অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই ধৰণৰ যৌথ পৰ্যালোচনা সভাৰ সূচনা কৰা হৈছে। তেওঁ কয়, আগন্তুক দিনত প্ৰতিটো ভিচিডিচি (VCDC) পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সদস্য অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ লগতে প্ৰতিখন জিলা ভূমি উপদেষ্টা বোৰ্ড (District Land Advisory Board)-তো দুই দলৰ সদস্য থাকিব বুলি তেওঁ স্পষ্ট কৰা লগতে বিটিচিৰ উন্নয়নমূলক কাম-কাজতো দুইটা দলে একেলগে কাম কৰি বিটিচিৰ উন্নয়ন ধৰা অব্যাহত ৰখাৰ বাবে অনুৰোধ জানাই। আনহাতে কেন্দ্ৰীয় বাছনি বোৰ্ড (CSB)-ত বিজেপিৰ ফালৰ পৰা সদস্যসকল থাকিব বুলিও হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে। ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত হাগ্ৰামা মহিলাৰীক সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়--- আহিবলগীয়া উপ-নিৰ্বাচন ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে আৰু দুই দলৰ মাজত সমন্বয় বজাই ৰাখি আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক কাৰ্যসূচীত একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিম বুলি মন্তব্য কৰে।
    1
    তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা।
উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী।
তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা।
উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী।
তামুলপুৰ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি আবেলি বিপিএফ (BPF) আৰু বিজেপি (BJP) দলৰ উদ্যোগত এক যৌথ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিটিচিত দুই দলৰ মিত্ৰজোঁটৰ সাংগঠনিক সমন্বয় শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এই সভাত বিপিএফ-বিজেপিৰ বহু নেতা-কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু মনেশ্বৰ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু মহেশ্বৰ বসুমতাৰী, এমচিএলএ খাম্ফা বৰগয়াৰী, ৰেখাৰাণী দাস বড়োকে ধৰি দুই দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে কয় যে তৃণমূল পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সমন্বয় অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই ধৰণৰ যৌথ পৰ্যালোচনা সভাৰ সূচনা কৰা হৈছে। তেওঁ কয়, আগন্তুক দিনত প্ৰতিটো ভিচিডিচি (VCDC) পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সদস্য অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ লগতে প্ৰতিখন জিলা ভূমি উপদেষ্টা বোৰ্ড (District Land Advisory Board)-তো দুই দলৰ সদস্য থাকিব বুলি তেওঁ স্পষ্ট কৰা লগতে বিটিচিৰ উন্নয়নমূলক কাম-কাজতো দুইটা দলে একেলগে কাম কৰি বিটিচিৰ উন্নয়ন ধৰা অব্যাহত ৰখাৰ বাবে অনুৰোধ জানাই। আনহাতে কেন্দ্ৰীয় বাছনি বোৰ্ড (CSB)-ত বিজেপিৰ ফালৰ পৰা সদস্যসকল থাকিব বুলিও হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে।
ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত হাগ্ৰামা মহিলাৰীক সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়--- আহিবলগীয়া উপ-নিৰ্বাচন ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে আৰু দুই দলৰ মাজত সমন্বয় বজাই ৰাখি আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক কাৰ্যসূচীত একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিম বুলি মন্তব্য কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    10 hrs ago
  • অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
    1
    অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
    user_C&AC News 24x7ne
    C&AC News 24x7ne
    Local News Reporter Guwahati, Kamrup Metro•
    4 hrs ago
  • স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পলায়ন মহিলাৰ । এই ঘটনা বৰপেটাৰ ফিঙুয়া পথাৰৰ। স্বামীৰ ঘৰ এৰি লক্ষিমপুৰলৈ গৈছিল মহিলাগৰাকী। ইয়াৰ পিছতে স্বামীয়ে থানাত এজেহাৰ দাখিল কৰে যে তেওঁৰ পত্নীক অপহৰণ কৰা হৈছে। কিন্তু মহিলাগৰাকীৰ মতে তাই স্ব ইচ্ছাই ঘৰ এৰি গুচি যায়।
    1
    স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পলায়ন মহিলাৰ ।

এই ঘটনা বৰপেটাৰ ফিঙুয়া পথাৰৰ।

স্বামীৰ ঘৰ এৰি লক্ষিমপুৰলৈ গৈছিল মহিলাগৰাকী। ইয়াৰ পিছতে স্বামীয়ে থানাত এজেহাৰ দাখিল কৰে যে তেওঁৰ পত্নীক অপহৰণ কৰা হৈছে। কিন্তু মহিলাগৰাকীৰ মতে তাই স্ব ইচ্ছাই ঘৰ এৰি গুচি যায়।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    23 hrs ago
  • কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।‌ শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    1
    কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।‌ শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
  • সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    1
    সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ
লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী 
সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ 
মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • #গণেশ_চতুৰ্থী #বিৰল_দৃশ্য #আকাশ #গণেশ_চতুৰ্থী_২০২৬ #অসমীয়া_নিউজগণেশ চতুৰ্থীৰ দিনটোত আকাশত দেখা পোৱা গ’ল বিৰল দৃশ্য! ✨🌌
    1
    #গণেশ_চতুৰ্থী #বিৰল_দৃশ্য #আকাশ #গণেশ_চতুৰ্থী_২০২৬ #অসমীয়া_নিউজগণেশ চতুৰ্থীৰ দিনটোত আকাশত দেখা পোৱা গ’ল বিৰল দৃশ্য! ✨🌌
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.