তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত। তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত তামুলপুৰ জিলাৰ কেইবাটাও অঞ্চলত শেহতীয়াকৈ মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱে পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰাত অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি হৈছে। বিশেষকৈ কালচেনী, ২ নম্বৰ পিপলেনী আৰু নাগ্ৰীজুলি চাহ বাগিচা অঞ্চলত ইতিমধ্যে পঞ্চাশজনতকৈও অধিক লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ৰাখি জিলাখনৰ স্বাস্থ্য বিভাগ আৰু মেলেৰিয়া নিৰ্মূল শাখাই দিনে-নিশাই ব্যাপক অভিযান অব্যাহত ৰাখিছে। আক্ৰান্ত অঞ্চলসমূহত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰিছে। ইয়াৰ উপৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঠুৱা বিতৰণ কৰাৰ লগতে বিভিন্ন এলেকাত ফগিং ব্যৱস্থাও গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই সক্ৰিয় ভূমিকাৰ ফলত অঞ্চলটোত মেলেৰিয়াৰ ক্ৰমবৰ্ধমান প্ৰকোপ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাৰ আশা প্ৰকাশ কৰা হৈছে। লগতে জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ, জমা পানী আঁতৰাবলৈ আৰু সদায় সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।

- তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত। তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত তামুলপুৰ জিলাৰ কেইবাটাও অঞ্চলত শেহতীয়াকৈ মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱে পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰাত অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি হৈছে। বিশেষকৈ কালচেনী, ২ নম্বৰ পিপলেনী আৰু নাগ্ৰীজুলি চাহ বাগিচা অঞ্চলত ইতিমধ্যে পঞ্চাশজনতকৈও অধিক লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ৰাখি জিলাখনৰ স্বাস্থ্য বিভাগ আৰু মেলেৰিয়া নিৰ্মূল শাখাই দিনে-নিশাই ব্যাপক অভিযান অব্যাহত ৰাখিছে। আক্ৰান্ত অঞ্চলসমূহত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰিছে। ইয়াৰ উপৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঠুৱা বিতৰণ কৰাৰ লগতে বিভিন্ন এলেকাত ফগিং ব্যৱস্থাও গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই সক্ৰিয় ভূমিকাৰ ফলত অঞ্চলটোত মেলেৰিয়াৰ ক্ৰমবৰ্ধমান প্ৰকোপ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাৰ আশা প্ৰকাশ কৰা হৈছে। লগতে জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ, জমা পানী আঁতৰাবলৈ আৰু সদায় সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।1
- এটা জনপ্ৰিয় কবিতাৰ পৰা এটা মন চুই যোৱা আৰু সুমধুৰ গান সাঁজি উলিওৱা হৈছে। ই শ্ৰোতাৰ মনত এক বিশেষ স্থান দখল কৰিব বুলি আশা কৰা হৈছে।1
- ৰঙিয়াৰ গৰিয়াকোঠত ১০ মে'ত মুকলি বিহু উদযাপন কৰা হয়। এই অনুষ্ঠানত ৰাইজে ব্যাপক সহাৰি জনাই উছাহেৰে অংশগ্ৰহণ কৰে।1
- কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- পুণৰ মানাহৰ বেঁকী নৈত ৰাফটিং জনপ্ৰিয় বিধায়ক মৃনাল শইকীয়াৰ । পুণৰ মানাহৰ বেঁকী নৈত ৰাফটিং খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃনাল শইকীয়াৰ ।1
- মন্ত্ৰীত্বই শেষ আশা নহয় মানস সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক থানেশ্বৰ বসুমতাৰীৰ। কি কয় বিধায়কজনে... মন্ত্ৰীত্বই শেষ আশা নহয় মানস সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক থানেশ্বৰ বসুমতাৰীৰ। কি কয় বিধায়কজনে...1
- 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint1
- তামুলপুৰ আৰক্ষীয়ে ৮ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা এগৰাকী ১৪ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিছে। অপহৰণৰ অভিযোগত ছাহজাহান আলি নামৰ এজন যুৱকক আটক কৰা হৈছে আৰু ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে আৰু আৰক্ষীয়ে অধিক তদন্ত চলাই আছে।1