Shuru
Apke Nagar Ki App…
📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint
H News National
📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint
More news from Kamrup Metro and nearby areas
- 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint 📌Assam Politics Big Update Khanapara mein kal hoga New Ministers ka Shapath Grahan 📌Assam New Cabinet Swearing-In Tomorrow | Himanta Biswa Sarma Drops BIG Hint1
- বাংলাদেশৰ এজন মৌলৱীয়ে ভাৰতত মূৰ্তিপূজা শেষ কৰি সকলো মন্দিৰ ভাঙি দেশখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ দিছে। 'আল্লা হু আকবৰ' ধ্বনিৰে দিয়া এই হুমকিত জেহাদী শ্লীপাৰ চেলসমূহে ভাৰত দখলৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।1
- অসমৰ ৰাজ্যপালে ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে। আগন্তুক ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।1
- মঙলবাৰে বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কিছু মন্তব্য কৰে। তেওঁৰ মন্তব্যসমূহ ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হ'ব পাৰে।1
- ৰঙিয়াৰ গৰিয়াকোঠত ১০ মে'ত মুকলি বিহু উদযাপন কৰা হয়। এই অনুষ্ঠানত ৰাইজে ব্যাপক সহাৰি জনাই উছাহেৰে অংশগ্ৰহণ কৰে।1
- তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত। তামুলপুৰত পুনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগৰ তৎপৰতা অব্যাহত তামুলপুৰ জিলাৰ কেইবাটাও অঞ্চলত শেহতীয়াকৈ মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱে পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰাত অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি হৈছে। বিশেষকৈ কালচেনী, ২ নম্বৰ পিপলেনী আৰু নাগ্ৰীজুলি চাহ বাগিচা অঞ্চলত ইতিমধ্যে পঞ্চাশজনতকৈও অধিক লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ৰাখি জিলাখনৰ স্বাস্থ্য বিভাগ আৰু মেলেৰিয়া নিৰ্মূল শাখাই দিনে-নিশাই ব্যাপক অভিযান অব্যাহত ৰাখিছে। আক্ৰান্ত অঞ্চলসমূহত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰিছে। ইয়াৰ উপৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঠুৱা বিতৰণ কৰাৰ লগতে বিভিন্ন এলেকাত ফগিং ব্যৱস্থাও গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই সক্ৰিয় ভূমিকাৰ ফলত অঞ্চলটোত মেলেৰিয়াৰ ক্ৰমবৰ্ধমান প্ৰকোপ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাৰ আশা প্ৰকাশ কৰা হৈছে। লগতে জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ, জমা পানী আঁতৰাবলৈ আৰু সদায় সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।1
- প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা ৷1
- কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সঞ্জীৱ আৰোৰাৰ নাম ইডিৰ ধন সৰবৰাহ আৰু দুৰ্নীতিৰ তদন্তত সাঙোৰ খাইছে। এই ঘটনা দেশজুৰি ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।1