ঈদৰ প্রাক্ষণত ধুবুৰী বজাৰত মহিলা চোৰৰ উপদ্ৰৱ। ৰাইজে মহিলা চোৰ গৰাকীক আটক কৰি গতাই দিয়ে আৰক্ষীক। ঈদৰ কাপোৰ কিনিবলৈ অহা মহিলা এগৰাকীৰ বেগৰ পৰা পাঁচ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন জুতাৰ দোকানত সন্মুখত চুৰিকাণ্ডৰ ঘটনা। ঈদৰ বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ বেগৰ পৰা পাঁচ হাজাৰ থকা চুৰি কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ।মহিলা চোৰ গৰাকীক আবদ্ধ কৰি জবাব দিহি কৰে ৰাইজে।উক্ত ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী যোৰা মন্দিৰৰ সন্মুখত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে সাধাৰণ ৰাইজে। ভুক্তভূগী মহিলা গৰাকীৰ লগত অহা কণমানি শিশু এজনীয়ে প্ৰত্যক্ষ চুৰিকাণ্ড । লগে লগে কণমানি শিশু জনীয়ে খবৰ দিয়ে ভুক্তভূগী মহিলা গৰাকী। তাৰপিছতে বজাৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সংগঠিত কৰা মহিলা গৰাকীক আটক কৰি থানা লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

- User10050Dhubri, Assam👏8 hrs ago
- 📌বিকাশৰ ধুমুহাত এসপ্তাহতে ফ্লাইঅভাৰ থৰক বৰক! 📌"বিজেপিৰ বিকাশ 📌মানে ৰাইজ বিনাশ"! 📌কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে প্ৰস্তুত কৰা এক বিশেষ ভিডিঅ ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত1
- ঈদৰ কাপোৰ কিনিবলৈ অহা মহিলা এগৰাকীৰ বেগৰ পৰা পাঁচ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন জুতাৰ দোকানত সন্মুখত চুৰিকাণ্ডৰ ঘটনা। ঈদৰ বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ বেগৰ পৰা পাঁচ হাজাৰ থকা চুৰি কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ।মহিলা চোৰ গৰাকীক আবদ্ধ কৰি জবাব দিহি কৰে ৰাইজে।উক্ত ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী যোৰা মন্দিৰৰ সন্মুখত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে সাধাৰণ ৰাইজে। ভুক্তভূগী মহিলা গৰাকীৰ লগত অহা কণমানি শিশু এজনীয়ে প্ৰত্যক্ষ চুৰিকাণ্ড । লগে লগে কণমানি শিশু জনীয়ে খবৰ দিয়ে ভুক্তভূগী মহিলা গৰাকী। তাৰপিছতে বজাৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সংগঠিত কৰা মহিলা গৰাকীক আটক কৰি থানা লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।1
- গোৱালপাৰা জিলাৰ খলিছাভিটাত সমাগত ঈদ উল ফিতৰ উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সচেতন মূলক বাৰ্তা1
- নিৰ্বাচনৰ পূৰ্বে সতৰ্কতা বৃদ্ধি—নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ফ্লেগ মাৰ্চl1
- Post by T News1
- Post by Ajibor Ali1
- সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ উদ্ধাত্ব ভাষণ। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আছিল। কিছুদিন পূৰ্বে পদত্যাগ কৰি এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সৃজনগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে।1
- কলগাছিয়াৰ দুই কন্টেনক্ৰেটৰৰ ফোন আলাপ ভাইৰাল। দুই বন্ধুৰ মাজত শত্ৰুতা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ উদ্যোগত লটাৰী খেল পাতিছিল। তাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সম্পাদক তথা এজন কন্টেনক্ৰেটৰৰ বিৰুদ্ধে। সেইলৈ বিৰুপ মন্তব্য কৰিছিল ইনজামামুল হকে। পিছত আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিছিল মমিনে। তাৰ পিছত এই কাণ্ড...1