logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

tajpur

17 hrs ago
user_Ajibor Ali
Ajibor Ali
গোঁসাইগাঁও (অংশ), কোকৰাঝাৰ, অসম•
17 hrs ago

tajpur

More news from অসম and nearby areas
  • Post by Ajibor Ali
    1
    Post by Ajibor Ali
    user_Ajibor Ali
    Ajibor Ali
    গোঁসাইগাঁও (অংশ), কোকৰাঝাৰ, অসম•
    17 hrs ago
  • 📌বিকাশৰ ধুমুহাত এসপ্তাহতে ফ্লাইঅভাৰ থৰক বৰক! 📌"বিজেপিৰ বিকাশ 📌মানে ৰাইজ বিনাশ"! 📌কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে প্ৰস্তুত কৰা এক বিশেষ ভিডিঅ ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত
    1
    📌বিকাশৰ ধুমুহাত এসপ্তাহতে ফ্লাইঅভাৰ থৰক বৰক!
📌"বিজেপিৰ  বিকাশ
📌মানে ৰাইজ বিনাশ"!
📌কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে প্ৰস্তুত কৰা এক বিশেষ ভিডিঅ ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    7 hrs ago
  • ঈদৰ কাপোৰ কিনিবলৈ অহা মহিলা এগৰাকীৰ বেগৰ পৰা পাঁচ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন জুতাৰ দোকানত সন্মুখত চুৰিকাণ্ডৰ ঘটনা। ঈদৰ বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ বেগৰ পৰা পাঁচ হাজাৰ থকা চুৰি কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ।মহিলা চোৰ গৰাকীক আবদ্ধ কৰি জবাব দিহি কৰে ৰাইজে।উক্ত ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী যোৰা মন্দিৰৰ সন্মুখত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে সাধাৰণ ৰাইজে। ভুক্তভূগী মহিলা গৰাকীৰ লগত অহা কণমানি শিশু এজনীয়ে প্ৰত্যক্ষ চুৰিকাণ্ড । লগে লগে কণমানি শিশু জনীয়ে খবৰ দিয়ে ভুক্তভূগী মহিলা গৰাকী। তাৰপিছতে বজাৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সংগঠিত কৰা মহিলা গৰাকীক আটক কৰি থানা লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
    1
    ঈদৰ কাপোৰ কিনিবলৈ অহা মহিলা এগৰাকীৰ বেগৰ পৰা পাঁচ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ। ধুবুৰীৰ চহৰৰ চক বজাৰৰ এখন জুতাৰ দোকানত সন্মুখত চুৰিকাণ্ডৰ ঘটনা। ঈদৰ বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ বেগৰ পৰা পাঁচ হাজাৰ থকা চুৰি কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ।মহিলা চোৰ গৰাকীক আবদ্ধ কৰি জবাব দিহি কৰে ৰাইজে।উক্ত ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী যোৰা মন্দিৰৰ সন্মুখত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে সাধাৰণ ৰাইজে।
ভুক্তভূগী মহিলা গৰাকীৰ লগত অহা কণমানি শিশু এজনীয়ে প্ৰত্যক্ষ চুৰিকাণ্ড । লগে লগে কণমানি শিশু জনীয়ে খবৰ দিয়ে ভুক্তভূগী মহিলা গৰাকী। তাৰপিছতে বজাৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সংগঠিত কৰা মহিলা গৰাকীক আটক কৰি থানা লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    21 hrs ago
  • গোৱালপাৰা জিলাৰ খলিছাভিটাত সমাগত ঈদ উল ফিতৰ উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সচেতন মূলক বাৰ্তা
    1
    গোৱালপাৰা জিলাৰ খলিছাভিটাত সমাগত ঈদ উল ফিতৰ উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সচেতন মূলক বাৰ্তা
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    7 hrs ago
  • সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ উদ্ধাত্ব ভাষণ। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আছিল। কিছুদিন পূৰ্বে পদত্যাগ কৰি এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সৃজনগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
    1
    সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ উদ্ধাত্ব ভাষণ। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আছিল। কিছুদিন পূৰ্বে পদত্যাগ কৰি এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সৃজনগ্ৰাম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    8 hrs ago
  • বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।
    1
    বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ভিতৰত আজি প্ৰথমখন মনোনয়ন দাখিল কৰা হয়। নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ফাৰুক খানে নিৰ্বাচনী জিলাখনত প্ৰথমজন প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে । বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অকলে উপস্থিত হৈ মনোনয়ন দাখিল কৰা ফাৰুক খানে ইয়াৰ পূৰ্বেও একাধিক নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ আহিছে আৰু বিশেষকৈ “ডি” ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইফালে, বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ আশ্বাস দিয়ে ফাৰুক খানে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    4 hrs ago
  • নিৰ্বাচনৰ পূৰ্বে সতৰ্কতা বৃদ্ধি—নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ফ্লেগ মাৰ্চl
    1
    নিৰ্বাচনৰ পূৰ্বে সতৰ্কতা বৃদ্ধি—নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ফ্লেগ মাৰ্চl
    user_Md Romio Mehadi
    Md Romio Mehadi
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    10 hrs ago
  • কলগাছিয়াৰ দুই কন্টেনক্ৰেটৰৰ ফোন আলাপ ভাইৰাল। দুই বন্ধুৰ মাজত শত্ৰুতা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ উদ্যোগত লটাৰী খেল পাতিছিল। তাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সম্পাদক তথা এজন কন্টেনক্ৰেটৰৰ বিৰুদ্ধে। সেইলৈ বিৰুপ মন্তব্য কৰিছিল ইনজামামুল হকে। পিছত আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিছিল মমিনে। তাৰ পিছত এই কাণ্ড...
    1
    কলগাছিয়াৰ দুই কন্টেনক্ৰেটৰৰ ফোন আলাপ ভাইৰাল। দুই বন্ধুৰ মাজত শত্ৰুতা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ উদ্যোগত লটাৰী খেল পাতিছিল। তাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সম্পাদক তথা এজন কন্টেনক্ৰেটৰৰ বিৰুদ্ধে। সেইলৈ বিৰুপ মন্তব্য কৰিছিল ইনজামামুল হকে। পিছত আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিছিল মমিনে। তাৰ পিছত এই কাণ্ড...
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.