Shuru
Apke Nagar Ki App…
ধুবুৰী এছ পি ইংলিছ মিডিয়াম স্কুল ৰ সন্মুখত তীব্ৰ যানজট ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৫ ফেব্ৰুৱাৰী ধুবুৰী চহৰৰ ২ নং ওৱাৰ্ড ত স্হাপিত এছ পি ইংলিছ মিডিয়াম স্কুল ৰ সন্মুখত ট্ৰাফিক সিগন্যাল পয়েন্ট নথকাৰ বাবে অঞ্চলতে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হয়। ফলত স্কুল আৰম্ভ আৰু ছুটিৰ সময়ত ছাত্ৰ ছাত্ৰীৰ অহা-যোৱা ৰ ক্ষেত্ৰত তীব্ৰ সমষ্যা ৰ সন্মুখত পৰিব লগা হয়। স্হানীয় ৰাইজ অঞ্চলটোত ট্ৰাফিক সিগন্যাল পয়েন্ট স্হাপনৰ দাবী জনাইছে। প্ৰনৱাশীষ ৰয় ধুবুৰী
Pranabasish Roy

More news from অসম and nearby areas
- গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা1
- আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। 📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।1
- ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।1
- shuru news app1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1
- ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-11
- shuru news app4
- 📌মানাহত অখিল গগৈৰ নিৰ্বাচনী হুংকাৰ। 📌কুশল দুৱৰীক সমৰ্থন কৰা ১৪ টাকৈ জাতীয় সংগঠন গণ শত্ৰু সংগঠনহে। 📌আজি ৪১ নং মানাহ সমষ্টিটোৰ চুকে-কোণে সভা আৰু ৰোড শ্ব'ৰ জৰিয়তে অখিল গগৈয়ে ৰাইজৰ কাষ চাপি অঞ্জন তালুকদাৰক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়।1