logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। এটাৰ পিছত এটা পদপথত উচ্ছেদ পৌৰসভাৰ পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী চহৰৰ চেয়াৰ মেইন ৰোডৰ পৰা নুনিয়া পট্টিৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ব্যৱসায়ী সকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।

5 hrs ago
user_North East Bulletin
North East Bulletin
Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
5 hrs ago

পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। এটাৰ পিছত এটা পদপথত উচ্ছেদ পৌৰসভাৰ পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী চহৰৰ চেয়াৰ মেইন ৰোডৰ পৰা নুনিয়া পট্টিৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ব্যৱসায়ী সকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।

More news from অসম and nearby areas
  • পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। এটাৰ পিছত এটা পদপথত উচ্ছেদ পৌৰসভাৰ পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী চহৰৰ চেয়াৰ মেইন ৰোডৰ পৰা নুনিয়া পট্টিৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ব্যৱসায়ী সকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।
    1
    পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। এটাৰ পিছত এটা পদপথত উচ্ছেদ পৌৰসভাৰ

পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান।
ধুবুৰী চহৰৰ চেয়াৰ মেইন ৰোডৰ পৰা নুনিয়া পট্টিৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ব্যৱসায়ী সকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    5 hrs ago
  • ধুবুৰী চহৰৰ ৩ নং ওৱাৰ্ড ৰ চৰমেইন ৰোড ত চলিছে জিলা প্ৰশাসনৰ নিৰ্দেশ ত পৌৰসভা ৰ উচ্ছেদ অভিযান প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:২৬ আগষ্ট ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ পদপথ সমূহ দীৰ্ঘ দিন ধৰি একাংশ লোকে বেদখল কৰি বিভিন্ন ধৰণৰ বেহা চলাই থকাৰ ৰাজহুৱা অভিযোগ ৰ পিছত ধুবুৰী পৌৰসভা আৰম্ভ কৰিছে চহৰত পদপথ দখল কালীৰ বিৰুদ্ধে উচ্ছেদ অভিযান।আজি চহৰৰ চৰমেইন ৰোড ত চলিল উচ্ছেদ অভিযান। প্ৰনৱাশীষ ৰয় ধুবুৰী
    2
    ধুবুৰী চহৰৰ ৩ নং ওৱাৰ্ড ৰ চৰমেইন ৰোড ত চলিছে জিলা প্ৰশাসনৰ নিৰ্দেশ ত পৌৰসভা ৰ উচ্ছেদ অভিযান 
প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:২৬ আগষ্ট 
ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ পদপথ সমূহ দীৰ্ঘ দিন ধৰি একাংশ লোকে বেদখল কৰি বিভিন্ন ধৰণৰ বেহা চলাই থকাৰ ৰাজহুৱা অভিযোগ ৰ পিছত ধুবুৰী পৌৰসভা আৰম্ভ কৰিছে চহৰত পদপথ দখল কালীৰ বিৰুদ্ধে উচ্ছেদ অভিযান।আজি চহৰৰ চৰমেইন ৰোড ত চলিল উচ্ছেদ অভিযান।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    Dhubri, Assam•
    11 hrs ago
  • আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
    1
    আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
আজি চিৰাং জিলাৰ ২নং ওদালগুৰি দাৰুল উলুম আহলে ছুন্নত নূৰীয়া মুহাম্মাদিয়া মাদ্ৰাছাত জশনে ঈদে মিলাদুন নৱী পিলপিলি
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    10 hrs ago
  • ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।
    1
    ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। 
বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    7 hrs ago
  • শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
    1
    শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা।
⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা।
⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান।
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায়। ধুবুৰী চহৰৰ জি টি বি ৰোডৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই। লগতে, পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলক জৰিমনা বিহাও পৰিলক্ষিত হয়। আগন্তুক দিনসমূহতো এনেদৰে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা সকলো দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
    1
    ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান।

ধুবুৰী পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায়।

ধুবুৰী চহৰৰ জি টি বি ৰোডৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।
লগতে, পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলক জৰিমনা বিহাও পৰিলক্ষিত হয়।
আগন্তুক দিনসমূহতো এনেদৰে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা সকলো দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    1
    📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত।

📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়।


নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.