Shuru
Apke Nagar Ki App…
➡️উজনি অসমৰ বান পৰিস্থিতিৰ দৰে অনাগত দিনৰ একেই অৱস্থা হ'বলৈ গৈ আছে নেকি দক্ষিণ কামৰূপত ? ➡️চকুৰ সম্মূখতে প্ৰলয়ংকাৰী বানৰ উদাহৰণ দেখিও কেনেকৈ মনে মনে থাকিব দক্ষিণ কামৰূপৰ নৈ-পৰীয়া লোক ?
Bitopan Rajbongshi
➡️উজনি অসমৰ বান পৰিস্থিতিৰ দৰে অনাগত দিনৰ একেই অৱস্থা হ'বলৈ গৈ আছে নেকি দক্ষিণ কামৰূপত ? ➡️চকুৰ সম্মূখতে প্ৰলয়ংকাৰী বানৰ উদাহৰণ দেখিও কেনেকৈ মনে মনে থাকিব দক্ষিণ কামৰূপৰ নৈ-পৰীয়া লোক ?
More news from অসম and nearby areas
- কুলশী জল বিদ্যু্ৎ প্ৰকল্পৰ বিৰোধীতাৰে মন্তব্য মহিলা নেত্ৰীৰ1
- ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাকলৈ বৰপেটা পৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ মন্তব্য।1
- ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক ভৱেশ কলিতাই কয় যে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ৩–৪ মাহ ধৰি অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে পুনৰ সুবিধা লাভ কৰিব।প্ৰায় ৪৫ লাখতকৈ অধিক আই-মাতৃ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।*বিপদৰ সময়ত হিতাধিকাৰীয়ে আঁচনিৰ ধন অগ্ৰিমভাৱে লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰি আঁচনিখন পুনৰ সক্ৰিয় কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভবেশ কলিতাই ।ৰাজ্যৰ ৪খন জিলাত ভয়াৱহ বানপানী সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলো ধৰ্ম-বৰ্ণৰ লোকক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।1
- বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই। বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই।1
- তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।1
- বকোৰ ২৪ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত অৰুণোদয় ৩.০ ফেজৰ আঁচনি ৰূপায়ণৰ সজাগতা সভা সম্পন্ন1
- অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।1