logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিধায়ক আমিনুল ইছলামে মানকাচৰত কংগ্ৰেছৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব নে

2 hrs ago
user_T News
T News
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
2 hrs ago
afe1865e-3c0f-428d-85a2-028020c6cb38

বিধায়ক আমিনুল ইছলামে মানকাচৰত কংগ্ৰেছৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব নে

More news from অসম and nearby areas
  • প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল 
নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    3 hrs ago
  • ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল। গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।
    1
    ক্ৰমাৎ  তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। 
আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি 
হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল।
গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ  কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। 
গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    15 hrs ago
  • Dhubri district Assam News video Day Alokjhari Bgp gulganj
    1
    Dhubri district Assam News video Day 
Alokjhari Bgp  gulganj
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    4 hrs ago
  • Post by Jahan Uddin
    2
    Post by Jahan Uddin
    user_Jahan Uddin
    Jahan Uddin
    লক্ষীপুৰ, গোৱালপাৰা, অসম•
    7 hrs ago
  • 👉 গুৱাহাটীত IPL সংঘৰ্ষৰ মাজতে বিতৰ্ক! 👉 “জয় জুবিন দা” লিখা গামোচা ষ্টেডিয়ামত নিষিদ্ধ গুৱাহাটী IPL খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত “জয় জুবিন দা” লিখা গামোচা দেখুওৱাত নিৰাপত্তাৰক্ষীয়ে সেইটো কাঢ়ি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। সংগীতশিল্পী Zubeen Garg-ৰ সমৰ্থনত এই পদক্ষেপক লৈ ৰাইজৰ মাজত তীব্ৰ আলোচনা চলিছে। #Guwahati #IPL #ZubeenGarg #JoyZubeenDa #AssamNews #BreakingNews #ViralNews #StadiumIssue #Security #Trending #Assam
    1
    👉 গুৱাহাটীত IPL সংঘৰ্ষৰ মাজতে বিতৰ্ক!
👉 “জয় জুবিন দা” লিখা গামোচা ষ্টেডিয়ামত নিষিদ্ধ
গুৱাহাটী IPL খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত “জয় জুবিন দা” লিখা গামোচা দেখুওৱাত নিৰাপত্তাৰক্ষীয়ে সেইটো কাঢ়ি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। সংগীতশিল্পী Zubeen Garg-ৰ সমৰ্থনত এই পদক্ষেপক লৈ ৰাইজৰ মাজত তীব্ৰ আলোচনা চলিছে।
#Guwahati #IPL #ZubeenGarg #JoyZubeenDa #AssamNews #BreakingNews #ViralNews #StadiumIssue #Security #Trending #Assam
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    4 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    5 hrs ago
  • 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
    1
    🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী।
🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    6 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.