logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল। গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।

9 hrs ago
user_Dhubri News AS
Dhubri News AS
Local News Reporter আঠানি, ধুবুৰী, অসম•

More news from অসম and nearby areas
  • ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল। গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।
    1
    ক্ৰমাৎ  তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। 
আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি 
হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল।
গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ  কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। 
গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    9 hrs ago
  • Post by Jahan Uddin
    2
    Post by Jahan Uddin
    user_Jahan Uddin
    Jahan Uddin
    লক্ষীপুৰ, গোৱালপাৰা, অসম•
    1 hr ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    20 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    11 hrs ago
  • গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    1
    গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    user_Habel Uddin
    Habel Uddin
    গৰৈমাৰী, কামৰূপ, অসম•
    21 hrs ago
  • Post by Moe Salim
    1
    Post by Moe Salim
    user_Moe Salim
    Moe Salim
    বজালী (পিটি), বজালী, অসম•
    22 hrs ago
  • 📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল। 📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা। 📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।
    1
    📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল।
📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা।
📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    15 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.