Shuru
Apke Nagar Ki App…
ভৱানীপুৰ সৰভোগ সমষ্টিত ত্ৰিকোণীয়া যুঁজঃ এআইইউডিএফ প্ৰাৰ্থী ফাৰহাদ আলী
Shakil Ahmed- ABC News Digital
ভৱানীপুৰ সৰভোগ সমষ্টিত ত্ৰিকোণীয়া যুঁজঃ এআইইউডিএফ প্ৰাৰ্থী ফাৰহাদ আলী
More news from অসম and nearby areas
- 📌বাক্সাৰ টুকৰাকুছিত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ জিএচপি প্ৰাৰ্থী ৰমেশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। 📌বাক্সা বিধানসভা সমষ্টিত আমি ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো বুলি মন্তব্য ৰমেশ চন্দ্ৰ দাসৰ। 📌সমষ্টিটোৰ পৰা মই বিজয়ী হলে সকলো জাতি জনগোষ্ঠীৰ মৌলিক প্ৰশ্নসমূহ যুক্তিপূৰ্ণভাৱে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিম।1
- তামুলপুৰ সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ মন্তব্যৰ পাছতে আজি NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ বিজেপিৰ জেষ্ঠ্য নেতাই বাকযুদ্ধত উভতি ধৰিছে প্ৰমোদ বড়োক। কালি নিশা প্ৰমোদ বড়োৰ বাসগৃহত অনুষ্ঠিত এক যোগদান সভাত প্ৰমোদ বড়োই বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰি, বিগত দিনত তামুলপুৰত কোনো উন্নয়ন নকৰাৰ কথা উল্লেখ কৰি তামুলপুৰত কোনো অৱদান নথকাৰ বক্তব্যৰ পিছতে আজি বিজেপিৰ জেষ্ঠ নেতা সোমনাথ বসুমতাৰীয়ে- প্ৰমোদ বড়ো হে বাহিৰৰ মানুহ বুলি কৈ তেওঁ ৰাজনৈতিক লালহা আৰু ক্ষমতাৰ বাবে নিৰ্বাচন খেলাৰ বাবেহে তামুলপুৰত আছে বুলি উল্লেখ কৰি তেওঁ ৰঙিয়াৰ বাসিন্দা বুলি উল্লেখ কৰে। লগতে ২০০১ চনত বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা বিধায়ক হৈ প্ৰথম উন্নয়নৰ নক্সা স্থাপন কৰা ব্যক্তিজনেই বিশ্বজিৎ দৈমাৰী বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰী তামুলপুৰ জিলাৰ স্থানীয় বাসিন্দা বুলি কয়। তামুলপুৰত বিজেপিৰ উত্থান দেখি UPPL শংকিত হৈছে যাৰ বাবে এইধৰণ বক্তব্য প্ৰদান কৰি আছে। তামুলপুৰত NDA প্ৰাৰ্থী এক লাখৰো অধিক ভোট পাই জয়ী হবলৈ গৈ আছে বুলিও।মন্ত্যৱ।1
- নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাত্মক ঘটনা । বিজেপিৰ দলৰ সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।গুৰুত্বৰ আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীক চিকিৎসালয়ত ভৰ্তি #BreakingNews #AssamNews #ElectionViolence #Naduar #BJP #Congress #PoliticalClash #AssamPolitics #TrendingNews #LocalNews #ViralNews #IndiaNews #NewsUpdate #AssamPortalNews #Election20261
- ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ1
- ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ব্যস্ত শাসক বিৰোধী বিশেষকৈ এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আজি নৱ গঠিত গৌৰীপুৰ সমষ্টিৰ বৰকান্দা হাইস্কুল খেলপথাৰত গৌৰীপুৰ সমষ্টিৰ দুইবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰচাৰ অভিযান এক প্ৰকাৰ তুঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আঠানী ব্লক এ আই ইউ ডি এফ দলৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী জনসভা খনত ধুবুৰী জিলা এ আই ইউ ডি এফ দলৰ মুফতি ইয়াহিয়া কাছিমীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকে প্রা: বিধায়ক আদিত্য লাংথাচা,কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত হৈ নতুন কৈ যোগদান কৰা ধুবুৰী জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি হেলিম জামান, প্ৰা: অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰা হুছেইন কে আদি কৰি হেলিকপ্টাৰ যোগে উপস্থিত হয় এ আই ইউ ডি এফ দলৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল। গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষকৈ ধুবুৰীৰ কংগ্ৰেছ দলৰ সাংসদক তীব্ৰ কটাক্ষ কৰে । ইপিনে কংগ্ৰেছ দলৰ ধুবুৰী জিলা সেৱা দলৰ সভাপতি হেলিম জামানে কংগ্ৰেছ দলৰ অপশাসনত অতিষ্ঠ হৈ এ আই ইউ ডি এফ দলত যোগদান কৰে। গৌৰীপুৰ বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান বাবলু জয়ী হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰে মৌলানা বদৰুদ্দিন আজমলে দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে।আজিৰ জনসভাত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।1
- Post by Dhiren Medhi1
- তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ: বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰীক প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা সোমবাৰে নিশা ৰাজ্যসভাৰ সাংসদ তথা ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিজ বাসগৃহ সৌৰাগুৰীত এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় য’ত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে। যোগদান সমাৰোহৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰমোদ বড়োৱে আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ সৰ্বস্তৰৰ ৰাইজ হিলদল ভাঙি ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ইয়েই প্ৰমাণ কৰে যে সকলো জাতি-জনগোষ্ঠীৰ লোক বৰ্তমান তেওঁলোকৰ দলৰ লগত আছে। বিটিআৰৰ ১৫ খন আসনৰ আটাইকেইখনতে ইউপিপিএলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি বড়োৱে দাবী কৰে যে তেওঁলোকে ১০ৰ পৰা ১২ খন আসনত নিশ্চিতভাৱে জয়লাভ কৰিব। আনহাতে, তামুলপুৰৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৱে কয় যে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ আৰু বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো দৈমাৰীয়ে তামুলপুৰৰ ৰাইজৰ বাবে একোৱেই নকৰিলে আৰু উন্নয়নৰ নামত কেৱল আলহী খাবলৈহে সমষ্টিটোলৈ আহিছিল। আজিৰ নতুন তামুলপুৰ কেৱল ইউপিপিএলৰ দিনতহে গঢ় লৈ উঠিছে বুলি তেওঁ দাবী কৰে। ইপিনে, হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যাদুৰ দাবীক তাচ্ছিল্য কৰি বড়োৱে কয় যে যাদু থাকিলেহে বিপিএফৰ ১৫ খন আসন লাভ কৰা সম্ভৱ, কাৰণ ইউপিপিএলে দিনে-নিশাই গাঁৱে-ভূঞে কাম কৰি ৰাইজৰ আস্থা অৰ্জন কৰিছে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বিৰুদ্ধে লৰেন্স ইছলাৰীৰ প্ৰাৰ্থীত্ব আৰু দতমাৰ ৰাজু নাৰ্জাৰীৰ দৰে শিক্ষিত প্ৰাৰ্থীৰ উদাহৰণ দি তেওঁ কয় যে ইউপিপিএলৰ প্ৰাৰ্থীসকল একোজন সংগ্ৰামী আৰু শিক্ষিত ব্যক্তি হোৱাৰ বিপৰীতে বিপিএফৰ কোনো ভেটি নাই, যাৰ ফলত ইউপিপিএলে সৰ্বোচ্চ ভোটত বিজয় সাব্যস্ত কৰাটো নিশ্চিত।###1
- ⚡️ “মিঞাৰ ৰাজনৈতিক কামিহাড় ভাঙিম” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ হুংকাৰ 🚨 নিৰ্বাচনৰ পূৰ্বে ডাঙৰ মন্তব্য! “মিঞাগীৰী চলিবলৈ নিদিওঁ” – মুখ্যমন্ত্ৰী 💥 ৰাজনীতি উত্তপ্ত! মিঞাৰ বিৰুদ্ধে কঠোৰ ভাষাত মুখ্যমন্ত্ৰী1
- gorma re rasta2