Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিক সম জিলা হিচাপে ঘোষনা কৰা হয়
D Gowala
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিক সম জিলা হিচাপে ঘোষনা কৰা হয়
More news from Charaideo and nearby areas
- মাহমৰা সমষ্টিৰ চৰাইদেউ জিলাক সম জিলা হিচাপে ঘোষনা কৰা আৰু উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে উপস্থিত হৈ শুভ উদ্বোধন কৰে1
- আজি দিল্লীৰ বিভিন্ন ঠাইত অসম পৰ্যটনৰ চৰাইদেউ মৈদাম, কাজিৰঙা, মানাহৰ আকৰ্ষণীয় কেম্পেইন, হৰ্ডিং বিশেষকৈ দিল্লীৰ অভিজাত অঞ্চল খান মাৰ্কেট, কন্নাট পেলেচত এনে কেম্পেইন দেখি ভাল লাগিল। পৰ্যটনৰ প্ৰসাৰৰ বাবে এনে কেম্পেইন আৰু হ'ব লাগে। আজিকালি পৰ্যটন উদ্যোগ বিজ্ঞাপন নিৰ্ভৰশীল। উপযুক্তভাৱে প্ৰচাৰ কৰিলে পৰ্যটক আহিব। মানুহে অসমৰ এই ঐশ্বৰ্যশালী অঞ্চলসমূহৰ কথা জনাটো দৰকাৰ। বাংগালোৰ, পুনে, হায়দৰাবাদ, মুম্বাই, দিল্লীৰ পৰা খৰছ কৰিব পৰা পৰ্যটক অসমলৈ আনিব পাৰিলে ভাল হয়। ইয়াৰ বাবে অসমৰ ভাল আইন শৃংখলা পৰিৱেশ, সুচল বিমান সংযোগ ব্যৱস্থা ইত্যাদিৰো ব্যাপক সজাগত হব লাগে দোশৰ বিভিন্ন প্ৰান্তত। অনাগত দিনত অসমলৈ যথেষ্ট পৰ্যটকৰ আগমন হ’ব। Awesome Assam1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিক সম জিলা হিচাপে ঘোষনা কৰা হয়1
- সোণাৰিৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ কেছ ডায়েৰীৰ লগত সোণাৰি আৰক্ষীয়ে সংযুক্ত নকৰিলে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা নোট। য'ত লিখা আছিল দুলাল বৰাসহিত ৪ জনৰ নাম। অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে নেকি সোণাৰি আৰক্ষীয়ে?1
- হৃদয়স্পৰ্শী শব্দবোৰ পাঠ কৰি চোৱাৰ হাবিয়াসত কবি নীলমণি ফুকনৰ এটি কবিতা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কবিতা : বুৰঞ্জী কবি: নীলমণি ফুকন আবৃত্তি: পিঞ্জু মৰাণ1
- মাহমৰা সম-জিলাৰ আয়ুক্ত কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠান । লোক নিৰ্মাণ পৰিদৰ্শন ভৱন, মৰাণ। #Jogen Mohon #Dharmeswar Konwar1
- ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত territorial army মকৰলৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান।1
- ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আৰ্দশ মহাবিদ্যালয়ত territorial Army মকৰলৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান1