Shuru
Apke Nagar Ki App…
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ আৰক্ষীৰ সকলো থানাক সামৰি এক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছে। এই খেলত বিহপুৰীয়া থানাই নাৰায়ণপুৰ থানাক ৫-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ প্ৰথমাৰ্ধত বিহপুৰীয়া থানাই ১-০ গলত আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত বিহপুৰীয়াই নাৰায়ণপুৰ থানাক পুনৰ ৪টা গল দি মুঠ ৫টা গলেৰে জয় নিশ্চিত কৰে। কালিলৈ উত্তৰ লখিমপুৰৰ লাভলীনা বৰগোহাঁই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেল খেলত বিহপুৰীয়া থানাই লালুক থানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
নৱজ্যোতি শৰ্মা
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ আৰক্ষীৰ সকলো থানাক সামৰি এক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছে। এই খেলত বিহপুৰীয়া থানাই নাৰায়ণপুৰ থানাক ৫-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ প্ৰথমাৰ্ধত বিহপুৰীয়া থানাই ১-০ গলত আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত বিহপুৰীয়াই নাৰায়ণপুৰ থানাক পুনৰ ৪টা গল দি মুঠ ৫টা গলেৰে জয় নিশ্চিত কৰে। কালিলৈ উত্তৰ লখিমপুৰৰ লাভলীনা বৰগোহাঁই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেল খেলত বিহপুৰীয়া থানাই লালুক থানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
More news from অসম and nearby areas
- ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ আৰক্ষীৰ সকলো থানাক সামৰি এক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছে। এই খেলত বিহপুৰীয়া থানাই নাৰায়ণপুৰ থানাক ৫-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ প্ৰথমাৰ্ধত বিহপুৰীয়া থানাই ১-০ গলত আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত বিহপুৰীয়াই নাৰায়ণপুৰ থানাক পুনৰ ৪টা গল দি মুঠ ৫টা গলেৰে জয় নিশ্চিত কৰে। কালিলৈ উত্তৰ লখিমপুৰৰ লাভলীনা বৰগোহাঁই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেল খেলত বিহপুৰীয়া থানাই লালুক থানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।4
- কেৱল এজাক বৰষুণতে পানী জমা হোৱাৰ ফলত সাধাৰণ লোকসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।1
- আজি গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এক আড়ম্বৰপূৰ্ণ নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1
- গহপুৰৰ পথাৰৰ এক বিশেষ দৃশ্যই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই দৃশ্য কেৱল কৃষিকার্যৰ নহয়, বৰং ই নাৰীশক্তিৰ জাগৰণ, আত্মবিশ্বাসৰ জয়গান আৰু গ্ৰাম্য অৰ্থনীতিত পৰিৱৰ্তনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী দাঙি ধৰিছে।1
- লখিমপুৰ জিলাৰ কাটৰি চাপৰি যোৰহটীয়া গাঁৱৰ এগৰাকী কণমানি মায়াশ্ৰী এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবে আৰ্থিক অনাটনৰ সন্মুখীন হোৱা পৰিয়ালটোৱে এই সংকটৰ সময়ত মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। পৰিয়ালটোৱে দাৰিদ্ৰ্যৰ বাবে মায়াশ্ৰীৰ চিকিৎসা কৰিব পৰা নাই, যাৰ ফলত কণমানিজনীৰ জীৱনলৈ সংকট নামি আহিছে। কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, বিভিন্ন দল-সংগঠন আৰু ব্যক্তি-নিৰ্বিশেষে সকলোলৈকে পৰিয়ালটোৱে মায়াশ্ৰীৰ চিকিৎসাৰ বাবে সহায়ৰ বাবে বিনয়ী অনুৰোধ জনাইছে। পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ 7896275558 নম্বৰ আৰু গুগল পেৰ জৰিয়তে সহায় আগবঢ়াবলৈ 8638009024 নম্বৰ প্ৰদান কৰা হৈছে।1
- বিশ্বনাথ জিলাৰ গহপুৰত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত একাধিক উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অনুষ্ঠানৰ মাজতে বীৰ শ্বহীদ নিৰজ ছেত্ৰীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।1
- যোৰহাটৰ ৰৰৈয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে, য'ত বায়ুসেনাৰ এখন AN-32 কাৰ্গো বিমান অৱতৰণৰ পিছতেই বিস্ফোৰিত হয়। এই শোকাবহ দুৰ্ঘটনাত দুজন পাইলটসহ মুঠ পাঁচজন বিমানসেনা জোৱান শ্বহীদ হয়। শ্বহীদ হোৱা লোকসকল হৈছে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জীতেন্দ্ৰ সিং, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলম।1