Shuru
Apke Nagar Ki App…
Assam sangbad 24
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷1
- 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। 📌নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ 📌মিঞা মানে জ্ঞানী মন্তব্য পিযুজ হাজৰিকাৰ। #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews #highlights2026 #sugestforyou #foryourpage #nonfollowers #reelsviral #AssamNews1
- Post by Mustafa SalimAhmed1
- ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।1
- বিধায়ক নুৰুল হুদাই আজি এই ম'বাইল ফোন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক আশাকৰ্মীক ম'বাইল ফোন বিতৰণ কৰা হয়। আশাকৰ্মী সকলৰ কৰ্মৰ সলাগ লয় বিধায়ক নুৰুল হুদাই1
- মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।1
- Post by Mahesh kumar das1
- সমাগত অসম বিধানসভাৰ নিৰ্বাচন,অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি মন্তব্য প্ৰকাশ কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ নেতাই ৷ এইবেলি নিৰ্বাচনত নামিব আদিবাসী ছাত্ৰ সন্থা ৷ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই স্থিতি ৰাজহুৱা কৰা হ’ল ৷1