Shuru
Apke Nagar Ki App…
ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে। ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
Time Talks 24
ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে। ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
More news from অসম and nearby areas
- গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাঠপাৰাত অভিযান চলাই আটক কৰে ডকাইত ইজাজুল হকক। যোৱা সোমবাৰে কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰীৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত। ৰাইজৰ গণ প্ৰহাৰৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হৈছিল তিনি ডকাইতৰ আন কেইবাজনো ডকাইত ৰাইজৰ বেহু ফালি পলায়ন কৰিছিল উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰে ডকাইত ইজাজুল হকক । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত ডকাইতটোক জেৰা অব্যাহত ৰাখিছে।1
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য1
- Post by Mahesh kumar das1
- যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।1
- 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন3
- Post by HOJAI JUGIJAN NEWS1
- নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাবলিক হাই স্কুলত উত্তপ্ত পৰিস্থিতি। সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষাৰ-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।1
- Post by Mahesh kumar das1