logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটাৰোডৰ FRUত স্বাস্থ্য সেৱা সহজসাধ্য কৰাৰ মূল লক্ষ্যৰে এটা আল্ট্ৰা চনোগ্ৰাফী মেচিনৰ শুভাৰম্ভ কৰা হৈছে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে উন্নত স্বাস্থ্যসেৱা লাভ কৰাত সুবিধা হ’ব বুলি আশা কৰা হৈছে।

1 hr ago
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
1 hr ago

বৰপেটাৰোডৰ FRUত স্বাস্থ্য সেৱা সহজসাধ্য কৰাৰ মূল লক্ষ্যৰে এটা আল্ট্ৰা চনোগ্ৰাফী মেচিনৰ শুভাৰম্ভ কৰা হৈছে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে উন্নত স্বাস্থ্যসেৱা লাভ কৰাত সুবিধা হ’ব বুলি আশা কৰা হৈছে।

More news from অসম and nearby areas
  • বাক্সা জিলাৰ লাৱদাংগুৰীত পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ, লাৱদাংগুৰী বজাৰক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা পথটো বোকাময় হৈ থকাৰ ফলত পথচাৰী আৰু গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই দুৰৱস্থাই অঞ্চলটোৰ লোকসকলক জলাকলা খুৱাইছে।
    1
    বাক্সা জিলাৰ লাৱদাংগুৰীত পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ, লাৱদাংগুৰী বজাৰক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা পথটো বোকাময় হৈ থকাৰ ফলত পথচাৰী আৰু গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই দুৰৱস্থাই অঞ্চলটোৰ লোকসকলক জলাকলা খুৱাইছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    7 hrs ago
  • অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বাবে এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী অহা ৪ আৰু ৫ জুলাইত অসম বিধানসভা চৌহদৰ গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাসে আজি সংবাদ মাধ্যমক এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰায়।
    1
    অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বাবে এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী অহা ৪ আৰু ৫ জুলাইত অসম বিধানসভা চৌহদৰ গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাসে আজি সংবাদ মাধ্যমক এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰায়।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • নাট্যকাৰ, পৰিচালক আৰু অভিনেতা কিশোৰ তহবিলদাৰে জালাহতত উপস্থিত হৈ ChatGPT ত কি বিচাৰিবলৈ ক'লে, সেই বিষয়ে বাতৰি পোৱা গৈছে।
    1
    নাট্যকাৰ, পৰিচালক আৰু অভিনেতা কিশোৰ তহবিলদাৰে জালাহতত উপস্থিত হৈ ChatGPT ত কি বিচাৰিবলৈ ক'লে, সেই বিষয়ে বাতৰি পোৱা গৈছে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    4 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে। সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
    1
    বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    22 hrs ago
  • বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতিলক্ষাৰ আজি অৱসান ঘটিবলৈ গৈছে। ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ভূপেন ৰায়ে ৰঘুনন্দনপুৰ আৰু পোছাগাঁও সংযোগী পথত এটা নতুন আৰ.চি.চি. (RCC) দলঙৰ আনুষ্ঠানিকভাৱে শুভ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই অঞ্চলৰ সাধাৰণ ৰাইজে উন্নত যাতায়াত ব্যৱস্থাৰ অভাৱত চৰম দুৰ্ভোগৰ সম্মুখীন হৈ আহিছিল। এখন স্থায়ী তথা পকী দলঙৰ দাবী অঞ্চলবাসীৰ মাজত বহুতদিনীয়া আছিল, আৰু আজিৰ এই আধাৰশিলা স্থাপনৰ জৰিয়তে সেই দীৰ্ঘদিনীয়া অভাৱ আৰু দাবী পূৰণ হ’বলৈ গৈ আছে। এই নতুন আৰ.চি.চি. দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে অঞ্চলটোৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব বুলি গভীৰ আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত যাতায়াত সুচল হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ পথো অধিক প্ৰশস্ত হ’ব। নতুন দলংখনৰ নিৰ্মাণক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো ব্যাপক আনন্দ আৰু উছাহ দেখা গৈছে।
    1
    বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতিলক্ষাৰ আজি অৱসান ঘটিবলৈ গৈছে। ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ভূপেন ৰায়ে ৰঘুনন্দনপুৰ আৰু পোছাগাঁও সংযোগী পথত এটা নতুন আৰ.চি.চি. (RCC) দলঙৰ আনুষ্ঠানিকভাৱে শুভ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই অঞ্চলৰ সাধাৰণ ৰাইজে উন্নত যাতায়াত ব্যৱস্থাৰ অভাৱত চৰম দুৰ্ভোগৰ সম্মুখীন হৈ আহিছিল। এখন স্থায়ী তথা পকী দলঙৰ দাবী অঞ্চলবাসীৰ মাজত বহুতদিনীয়া আছিল, আৰু আজিৰ এই আধাৰশিলা স্থাপনৰ জৰিয়তে সেই দীৰ্ঘদিনীয়া অভাৱ আৰু দাবী পূৰণ হ’বলৈ গৈ আছে।

এই নতুন আৰ.চি.চি. দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে অঞ্চলটোৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব বুলি গভীৰ আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত যাতায়াত সুচল হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ পথো অধিক প্ৰশস্ত হ’ব। নতুন দলংখনৰ নিৰ্মাণক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো ব্যাপক আনন্দ আৰু উছাহ দেখা গৈছে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    4 hrs ago
  • বৰপেটাৰোডৰ FRUত স্বাস্থ্য সেৱা সহজসাধ্য কৰাৰ মূল লক্ষ্যৰে এটা আল্ট্ৰা চনোগ্ৰাফী মেচিনৰ শুভাৰম্ভ কৰা হৈছে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে উন্নত স্বাস্থ্যসেৱা লাভ কৰাত সুবিধা হ’ব বুলি আশা কৰা হৈছে।
    1
    বৰপেটাৰোডৰ FRUত স্বাস্থ্য সেৱা সহজসাধ্য কৰাৰ মূল লক্ষ্যৰে এটা আল্ট্ৰা চনোগ্ৰাফী মেচিনৰ শুভাৰম্ভ কৰা হৈছে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে উন্নত স্বাস্থ্যসেৱা লাভ কৰাত সুবিধা হ’ব বুলি আশা কৰা হৈছে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    1 hr ago
  • বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ ঘটনাত নুৰ ইছলাম মণ্ডল নামৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। চাহ খাবলৈ অহা সময়তেই এই ঘটনা তেওঁৰ বাবে কাল হৈ পৰে। এটা তীব্ৰবেগী পালচাৰ বাইকে খুন্দিওৱাৰ ফলত নুৰ ইছলাম মণ্ডলৰ ঘটনাস্থলীতে মৃত্যু হয়। মৃত নুৰ ইছলাম মণ্ডলৰ ঘৰ বালাভিঠা জামতল গাঁওত বুলি জানিব পৰা গৈছে।
    1
    বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ ঘটনাত নুৰ ইছলাম মণ্ডল নামৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। চাহ খাবলৈ অহা সময়তেই এই ঘটনা তেওঁৰ বাবে কাল হৈ পৰে। এটা তীব্ৰবেগী পালচাৰ বাইকে খুন্দিওৱাৰ ফলত নুৰ ইছলাম মণ্ডলৰ ঘটনাস্থলীতে মৃত্যু হয়। মৃত নুৰ ইছলাম মণ্ডলৰ ঘৰ বালাভিঠা জামতল গাঁওত বুলি জানিব পৰা গৈছে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.