logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

55 min ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
55 min ago

ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

More news from অসম and nearby areas
  • নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    1
    নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • 📌 ধিং সমষ্টিৰ ধিং আৰু নিজধিং ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত। 📌বুথ সন্মিলনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।
    1
    📌 ধিং সমষ্টিৰ ধিং আৰু নিজধিং ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত। 
📌বুথ সন্মিলনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।
    user_Morigaon batori
    Morigaon batori
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা : মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়। সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
    1
    মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা
মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা
: মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়।
সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।
বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    1
    জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন।

বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়।
কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে।
চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে।
ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল।
উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাত সংঘটিত হ’ল জঘন্য বৰ্বৰ ঘটনা
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাত সংঘটিত হ’ল জঘন্য বৰ্বৰ ঘটনা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    15 hrs ago
  • ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ খোৱা-বস্তুসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাপৰ আঞ্চলিক আছু। ধুবুৰী জিলা আছুৰ অন্তৰ্গত চাপৰ আঞ্চলিক আছুৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয়। চাপৰ বজাৰস্থিত আছু কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি,স্থানীয় ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ উপৰি চাপৰ অঞ্চলত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং,জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে “অসম চৰকাৰ হায় হায়”, “যোগান বিভাগ মুৰ্দাবাদ” আদি শ্লোগানেৰে চাপৰৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন
    1
    ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ
ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ
খোৱা-বস্তুসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাপৰ আঞ্চলিক আছু।
ধুবুৰী জিলা আছুৰ অন্তৰ্গত চাপৰ আঞ্চলিক আছুৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয়।
চাপৰ বজাৰস্থিত আছু কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি,স্থানীয় ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
সমগ্ৰ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ উপৰি চাপৰ অঞ্চলত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং,জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে “অসম চৰকাৰ হায় হায়”, “যোগান বিভাগ মুৰ্দাবাদ” আদি শ্লোগানেৰে চাপৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    1 hr ago
  • হিজাবক কেন্দ্ৰ কৰি কাছাৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতিৰ বুজ লবলৈ বিধায়ক জুবেইৰ আনমৰ সৈতে আৰক্ষীৰ হতাহতি। NSUIৰ প্ৰতিবাদত ভাগ লবলৈ যোৱা বিধায়কগৰাকীক বাধা দিয়াৰ চেষ্টা।
    1
    হিজাবক কেন্দ্ৰ কৰি কাছাৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতিৰ বুজ লবলৈ বিধায়ক জুবেইৰ আনমৰ সৈতে আৰক্ষীৰ হতাহতি। NSUIৰ প্ৰতিবাদত ভাগ লবলৈ যোৱা বিধায়কগৰাকীক বাধা দিয়াৰ চেষ্টা।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ বাবেই মৈৰাবাৰীৰ হাতীমূৰিয়াত ঘৰ চীল কৰিলে পাঞ্জাৱ নেচনেল বেংকৰ কৰ্তৃপক্ষই।
    1
    বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ বাবেই মৈৰাবাৰীৰ হাতীমূৰিয়াত ঘৰ চীল কৰিলে পাঞ্জাৱ নেচনেল বেংকৰ কৰ্তৃপক্ষই।
    user_Morigaon batori
    Morigaon batori
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • শিঙৰী আৰক্ষী চকী এলেকাৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ,এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ
    1
    শিঙৰী আৰক্ষী চকী এলেকাৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ,এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.