মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা : মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়। সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

- মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা : মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়। সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।1
- 📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা। 📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।1
- জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।1
- মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ1
- নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি1
- মাগুৰমাৰী কুতুব খানাত ইলেক্ট্ৰনিক কেতলী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাত সংঘটিত হ’ল জঘন্য বৰ্বৰ ঘটনা1
- লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।1