logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ মুকুল চন্দ্ৰ বৰাই বক্তা ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটো ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক "সাম্প্ৰতিক সময়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰাসংগিকতা" শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তা ৰূপে অংশগ্ৰহণ কৰি ডঃ বৰাই ভাষণ ৰাখে।সমবেত সঙ্গীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰয়াত নীতিশ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী ভানু দেৱীয়ে ।কৃষ্টি কলিতাই বৰগীত পৰিৱেশন কৰাৰ পিছতে অনুষ্ঠানটিত আদৰণি ভাষণ ৰাখে সভাপতি দিলীপ কুমাৰ লহকৰে। অনুষ্ঠানত ক্ষেত্ৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তী,প্ৰান্ত সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাৰ লগতে স্থানীয় বিধায়ক ভবেশ কলিতা, বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিজেপি দলৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা,ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠককে ধৰি আন কেবাগৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সামৰণিত কৃষি - সঙ্গীত আৰু ক্ৰীড়া ক্ষেত্ৰৰ নীৰৱ সাধক দীনেশ কলিতা, বাবুল বিশ্বাস আৰু সুভাষ চন্দ্ৰ চৌধুৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

2 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
2 hrs ago
f82a575e-381f-4e76-a346-698e68209d1d

ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ মুকুল চন্দ্ৰ বৰাই বক্তা ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটো ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক "সাম্প্ৰতিক সময়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰাসংগিকতা" শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তা ৰূপে অংশগ্ৰহণ কৰি ডঃ বৰাই ভাষণ ৰাখে।সমবেত সঙ্গীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰয়াত নীতিশ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী ভানু দেৱীয়ে ।কৃষ্টি কলিতাই বৰগীত পৰিৱেশন কৰাৰ পিছতে অনুষ্ঠানটিত আদৰণি ভাষণ ৰাখে সভাপতি দিলীপ কুমাৰ লহকৰে। অনুষ্ঠানত ক্ষেত্ৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তী,প্ৰান্ত সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাৰ লগতে স্থানীয় বিধায়ক ভবেশ কলিতা, বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিজেপি দলৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা,ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠককে ধৰি আন কেবাগৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সামৰণিত কৃষি - সঙ্গীত আৰু ক্ৰীড়া ক্ষেত্ৰৰ নীৰৱ সাধক দীনেশ কলিতা, বাবুল বিশ্বাস আৰু সুভাষ চন্দ্ৰ চৌধুৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

More news from অসম and nearby areas
  • বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়; দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই শোকাকুল অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে জিলা বিজেপিৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী আৰু অগণন গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত নাৰ্জাৰীক পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে, য'ত সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি প্ৰয়াত নাৰ্জাৰীৰ এনে অকাল বিয়োগে অঞ্চলটোৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি মাতি আনিলে বুলি মন্তব্য প্ৰকাশ কৰে।
    1
    বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়; দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই শোকাকুল অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে জিলা বিজেপিৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী আৰু অগণন গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত নাৰ্জাৰীক পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে, য'ত সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি প্ৰয়াত নাৰ্জাৰীৰ এনে অকাল বিয়োগে অঞ্চলটোৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি মাতি আনিলে বুলি মন্তব্য প্ৰকাশ কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
    1
    ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ


ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ  মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 day ago
  • Laharighat breaking লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
    1
    Laharighat breaking

লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি  সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে
লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি  সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
    user_Khabor 24
    Khabor 24
    Journalist ভূৰাগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। ​প্ৰচণ্ড ৰ'দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত এই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যখনত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অতিশীঘ্ৰে ৰোধ কৰাৰ দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই। প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে চহৰখনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। চৰকাৰে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়, তেন্তে ভৱিষ্যতে আৰু অধিক তীৱ্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি আছু নেতৃত্বই হুংকাৰ প্ৰদান কৰে।
    1
    "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই
"বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই।
​প্ৰচণ্ড ৰ'দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত এই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যখনত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অতিশীঘ্ৰে ৰোধ কৰাৰ দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই। প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে চহৰখনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। চৰকাৰে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়, তেন্তে ভৱিষ্যতে আৰু অধিক তীৱ্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি আছু নেতৃত্বই হুংকাৰ প্ৰদান কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • #ASSU Protest rally against price hike at Morigaon town.# "বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।
    1
    #ASSU Protest rally against price hike at Morigaon town.#

"বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" 
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই।


সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়।
মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • কিমান ভয়ংকৰ আছিল নেপাললৰ বানৰ আৰম্ভণি ।হাহাকাৰময় পৰিস্থিতি নেপালবাসি।
    1
    কিমান ভয়ংকৰ আছিল নেপাললৰ বানৰ আৰম্ভণি ।হাহাকাৰময় পৰিস্থিতি নেপালবাসি।
    user_Pulin kumar kakati
    Pulin kumar kakati
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।
    1
    লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।
    user_Pulin kumar kakati
    Pulin kumar kakati
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ Big breaking বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
    1
    বিটিচিৰ ২৬  নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ  বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
Big breaking
বিটিচিৰ ২৬  নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ  বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    23 hrs ago
  • 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    1
    📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত।

📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়।


নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.