Laharighat breaking লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
Laharighat breaking লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
- Slug:: Eviction laharighat OCVO:: লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়। লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে পথৰ দুয়োকাষে দোকান -পোহাৰ খোলাৰ ফলত বজাৰত সৃষ্টি হৈছিল তীব্ৰ যান-যটৰ।মাজে মাজে সংঘটিত হৈছিল পথ দূৰ্ঘটনাও। পথৰ দুয়োকাষ মুকলি হোৱাৰ ফলত যাতায়াত ব্যৱস্থা অধিক সুচল হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আনহাতে সমগ্ৰ বজাৰখনতেই বিভিন্ন জনে বেদখল কৰি থকা চৰকাৰী মাটি সমূহো খালি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।1
- "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"— সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আহ্বান মৰ্মে এনেদৰে উত্তাল প্ৰতিবাদেৰে মৰিগাঁও চহৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ সমদল উলিয়ায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। প্ৰচণ্ড ৰ'দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত এই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যখনত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অতিশীঘ্ৰে ৰোধ কৰাৰ দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই। প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে চহৰখনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। চৰকাৰে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়, তেন্তে ভৱিষ্যতে আৰু অধিক তীৱ্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি আছু নেতৃত্বই হুংকাৰ প্ৰদান কৰে।1
- #ASSU Protest rally against price hike at Morigaon town.# "বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।1
- ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩1
- শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কেহেৰুখুন্দা পথাৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ1
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- Laharighat breaking লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।1