logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Upgrade your look with Premium Eyewear from LOXEN Eyewear Destination! 😎 Discover an amazing collection of stylish, trendy and premium-quality eyeglasses & sunglasses for Men, Women & Kids. 🔥 BRANDED COLLECTION AVAILABLE 🔥 Raymond • First Trek • Fastrack • Ray-Ban • Oakley • Vogue • Carrera • Titan Eye+ • Polaroid • Crizal • IDEE • First Frame & Other Premium Brands ✨ Latest Designs ✨ Premium Frames ✨ Stylish Sunglasses ✨ Advanced Lens Options ✨ Comfortable & Fashionable Eyewear ✨ Wide Range for Men, Women & Kids Whether you want a classic, professional, trendy or premium look — find the perfect pair for you at LOXEN Eyewear Destination! 📍 Shop C, HM Commercial Complex, Hapoli, Ziro, Arunachal Pradesh 📲 WhatsApp: 9643587034 👓 Better Vision | Better Style | Better Life 👉 Visit us today and choose the eyewear that matches your style! #LoxenEyewearDestination #Eyewear #BrandedEyewear #Sunglasses #Eyeglasses #Raymond #FirstTrek #RayBan #Oakley #Fastrack #TitanEyePlus #Vogue #PremiumEyewear #Hapoli #Ziro #ArunachalPradesh Upgrade your look with Premium Eyewear from LOXEN Eyewear Destination! 😎 Discover an amazing collection of stylish, trendy and premium-quality eyeglasses & sunglasses for Men, Women & Kids. 🔥 BRANDED COLLECTION AVAILABLE 🔥 Raymond • First Trek • Fastrack • Ray-Ban • Oakley • Vogue • Carrera • Titan Eye+ • Polaroid • Crizal • IDEE • First Frame & Other Premium Brands ✨ Latest Designs ✨ Premium Frames ✨ Stylish Sunglasses ✨ Advanced Lens Options ✨ Comfortable & Fashionable Eyewear ✨ Wide Range for Men, Women & Kids Whether you want a classic, professional, trendy or premium look — find the perfect pair for you at LOXEN Eyewear Destination! 📍 Shop C, HM Commercial Complex, Hapoli, Ziro, Arunachal Pradesh 📲 WhatsApp: 9643587034 👓 Better Vision | Better Style | Better Life 👉 Visit us today and choose the eyewear that matches your style! #LoxenEyewearDestination #Eyewear #BrandedEyewear #Sunglasses #Eyeglasses #Raymond #FirstTrek #RayBan #Oakley #Fastrack #TitanEyePlus #Vogue #PremiumEyewear #Hapoli #Ziro #ArunachalPradesh

18 hrs ago
user_MUHAMMAD MANSOOR ALAM
MUHAMMAD MANSOOR ALAM
Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
18 hrs ago
1cde687b-0061-4fb3-b7dd-211dc657a60a

More news from অসম and nearby areas
  • লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা! ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক 🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা! ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক 🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ ড্ৰা/গ/ছ/বিৰোধী অভিযানত দুজন কুখ্যাত ড্ৰা/গ/ছ/ সৰবৰাহকাৰী আটক। আৰক্ষীৰ অভিযানক লৈ অঞ্চলটোত চাঞ্চল্য। 🛑 চলিত সপ্তাহতে আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিছিল। আহি পৰিছে আমাৰ হাতত এই বিশেষ তথ্য। . . . . #nonfollowers #everyonefollowers #DrugFreeAssam #AssamPolice #FocusAxom24
    1
    লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা!
ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক
🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা!
ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক
🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ ড্ৰা/গ/ছ/বিৰোধী অভিযানত দুজন কুখ্যাত ড্ৰা/গ/ছ/ সৰবৰাহকাৰী আটক। আৰক্ষীৰ অভিযানক লৈ অঞ্চলটোত চাঞ্চল্য।
🛑 চলিত সপ্তাহতে আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিছিল। আহি পৰিছে আমাৰ হাতত এই বিশেষ তথ্য।
.
.
.
.
#nonfollowers #everyonefollowers   #DrugFreeAssam #AssamPolice #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    5 hrs ago
  • BREAKING নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
    2
    BREAKING 
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে  ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি  চাপৰিৰ  মনি প্ৰসাদ দুচাৰ  নামৰ  এজন লোকৰ এটা বাসগৃহ।
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে  ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি  চাপৰিৰ  মনি প্ৰসাদ দুচাৰ  নামৰ  এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    16 hrs ago
  • বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
    1
    বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    18 hrs ago
  • দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।
    1
    দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।

🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    22 hrs ago
  • নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য
    1
    নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক
নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক
নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ
প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু  যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    19 hrs ago
  • JONAI koyu tvs motors welcome new model ntorq for XL 100
    2
    JONAI koyu tvs motors welcome new model ntorq for XL 100
    user_BIJU DOLEY
    BIJU DOLEY
    Physiotherapist জোনাই, ধেমাজি, অসম•
    23 hrs ago
  • বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 ⚽ বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆 🛑 ফাইনেলত YOUNG GUN দলে TAITEN WARRIORSক ৩–২ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ মাতিপুল খেলপথাৰত সমবেত হয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী। 🛑 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #GorkhaFootball #Football #facebookpost
    1
    বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆

⚽ বোকাজানত চতুৰ্থ গোর্খা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি! 🏆
🛑 ফাইনেলত YOUNG GUN দলে TAITEN WARRIORSক ৩–২ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ মাতিপুল খেলপথাৰত সমবেত হয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী।
🛑 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ’ৰ্ট | Focus Axom 24
.
.
.
.
#FocusAxom24 #nonfollowers #GorkhaFootball #Football #facebookpost
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    8 hrs ago
  • নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ। নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷
    3
    নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ
টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ।
নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী  আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    16 hrs ago
  • চোমণি গাঁওত বানপীড়িতলৈ সহায়ৰ হাত প্ৰাক্তন আৰক্ষী বিষয়াৰ৷ চৰাইদেউ জিলাৰ চোমণি অঞ্চলত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী বিষয়া সকল উপস্থিত হৈ একাংশ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই৷ ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শকৰ অসম আৰক্ষী সন্মিলনৰ উদ্যোগত আৰু সোৱণশিৰিয়াৰ সহযোগত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷নিজৰ গাঁথিৰ ধনেৰে গুৱাহাটীৰ পৰা এই সকল প্ৰাক্তন আৰক্ষী বিষয়াই সহায় আগবঢ়ায়৷ সাহাৰ্য প্ৰদান অনুষ্ঠানত ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শক অসম আৰক্ষী সন্মিলনৰ হৈ সম্পাদক যুগকান্ত বৰা,প্ৰাক্তন আৰক্ষী বিষয়া মনোজ লহকৰ,পোনা গগৈ,পোনাৰাম গগৈ,শৈলেন দেউৰী,কল্যান গগৈ,ৰেবন শইকীয়া,মুহিধৰ গগৈ,ক্ষীতেশ বনিয়াৰ লগতে বহুকিইগৰাকী অৱসৰপৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে৷
    1
    চোমণি গাঁওত বানপীড়িতলৈ সহায়ৰ হাত প্ৰাক্তন আৰক্ষী বিষয়াৰ৷ 
চৰাইদেউ জিলাৰ চোমণি অঞ্চলত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী বিষয়া সকল উপস্থিত হৈ একাংশ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই৷
১৯৮৭ বৰ্ষৰ  উপ পৰিদৰ্শকৰ অসম আৰক্ষী সন্মিলনৰ উদ্যোগত আৰু সোৱণশিৰিয়াৰ সহযোগত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷নিজৰ গাঁথিৰ ধনেৰে গুৱাহাটীৰ পৰা এই সকল প্ৰাক্তন আৰক্ষী বিষয়াই সহায় আগবঢ়ায়৷
সাহাৰ্য প্ৰদান অনুষ্ঠানত ১৯৮৭ বৰ্ষৰ  উপ পৰিদৰ্শক অসম আৰক্ষী সন্মিলনৰ হৈ  সম্পাদক যুগকান্ত বৰা,প্ৰাক্তন আৰক্ষী বিষয়া মনোজ লহকৰ,পোনা গগৈ,পোনাৰাম গগৈ,শৈলেন দেউৰী,কল্যান গগৈ,ৰেবন শইকীয়া,মুহিধৰ গগৈ,ক্ষীতেশ বনিয়াৰ লগতে বহুকিইগৰাকী অৱসৰপৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.