logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।

23 hrs ago
user_RJ news digital
RJ news digital
Local News Reporter Golaghat, Assam•
23 hrs ago

দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।

More news from অসম and nearby areas
  • 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    1
    🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    10 hrs ago
  • দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।
    1
    দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।

🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    23 hrs ago
  • BREAKING নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
    2
    BREAKING 
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে  ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি  চাপৰিৰ  মনি প্ৰসাদ দুচাৰ  নামৰ  এজন লোকৰ এটা বাসগৃহ।
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে  ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি  চাপৰিৰ  মনি প্ৰসাদ দুচাৰ  নামৰ  এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    17 hrs ago
  • কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom24
    1
    কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 

দুখীয়াৰ দুখ নুগুছে… 💔
🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 
🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন।
🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক।
📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক।
.
.
.
.
#AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    3 hrs ago
  • অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    1
    অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    9 hrs ago
  • লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    1
    লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ 
ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা  সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    user_Bhuban Gautam
    Bhuban Gautam
    Farmer কদম, লখিমপুৰ, অসম•
    10 hrs ago
  • বিশ্বনাথ চাৰিআলিত আঘাতপ্ৰাপ্ত মলুৱা বান্দৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলিৰ ভোৱালৰাম পেট্ৰল পাম্পৰ পিছফালে থকা আউট ইঞ্চি অঞ্চলৰ শেষৰ দেবৰ বাসগৃহত আজি পুৱাৰে পৰা এটা আঘাতপ্ৰাপ্ত মতা মলুৱা বান্দৰে বিচৰণ কৰি থকা দেখা যায়। ঘৰৰ লোকে কেইবাবাৰো বান্দৰটো খেদিবলৈ চেষ্টা কৰে যদিও বান্দৰটো ঘৰখনৰ পৰা ওলাই নগ'ল। অৱশেষত ঘৰৰ গৰাকী মানৱদৰদী ব্যক্তি শেষৰ দেবে তৎক্ষণাত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কেন্দ্ৰীয় বনাঞ্চলৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে বন বিভাগৰ উদ্ধাৰকাৰী দলৰ অজয় দাস ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মলুৱা বান্দৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা বান্দৰটো অসুস্থ হৈ আছে। ইয়াক অতি সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। চিকিৎসাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ'ব।
    4
    বিশ্বনাথ চাৰিআলিত আঘাতপ্ৰাপ্ত মলুৱা বান্দৰ উদ্ধাৰ।
বিশ্বনাথ চাৰিআলিৰ ভোৱালৰাম পেট্ৰল পাম্পৰ পিছফালে থকা আউট ইঞ্চি অঞ্চলৰ শেষৰ দেবৰ বাসগৃহত আজি পুৱাৰে পৰা এটা আঘাতপ্ৰাপ্ত মতা মলুৱা বান্দৰে বিচৰণ কৰি থকা দেখা যায়। ঘৰৰ লোকে কেইবাবাৰো বান্দৰটো খেদিবলৈ চেষ্টা কৰে যদিও বান্দৰটো ঘৰখনৰ পৰা ওলাই নগ'ল। অৱশেষত ঘৰৰ গৰাকী মানৱদৰদী ব্যক্তি শেষৰ দেবে তৎক্ষণাত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কেন্দ্ৰীয় বনাঞ্চলৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ লগে লগে বন বিভাগৰ উদ্ধাৰকাৰী দলৰ অজয় দাস ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মলুৱা বান্দৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা বান্দৰটো অসুস্থ হৈ আছে। ইয়াক অতি সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। চিকিৎসাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ'ব।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    20 hrs ago
  • নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ। নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷
    3
    নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ
টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ।
নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী  আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.