Shuru
Apke Nagar Ki App…
আজি হাগ্ৰামা মহিলাৰীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। আজি হাগ্ৰামা মহিলাৰীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
NAlive24
আজি হাগ্ৰামা মহিলাৰীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। আজি হাগ্ৰামা মহিলাৰীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
More news from অসম and nearby areas
- তামুলপুৰত বিপিএফত যোগদান অৰ্ধশতাধিকৰ তামুলপুৰ , ১ এপ্ৰিল : সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে আজি তামুলপুৰত অৰ্ধ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা আটাইকেইজন ব্যক্তিকে দলীয় প্ৰতীক সম্বলিত গামোচাৰে দললৈ আদৰণি জনায় । গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দেৰহাছাৰ বড়োৱে আঁত ধৰা যোগদান অনুষ্ঠানত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে যোগদান কৰা আটাইকেইজন বিশিষ্ট ব্যক্তিক বিপিএফ দললৈ উষ্ম আদৰণি জনাই কয় আজিৰে পৰা আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম । সকলোৱে মিলি তামুলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম । আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায় । অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মোছাহাৰী , তামুলপুৰ জিলা বিপিএফৰ জ্যেষ্ঠ নেতা গোপীনাথ ব্ৰহ্মকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ইপিনে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । #1
- ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি দলৰ তৃতীয় বাৰৰ বাবে ৰঙিয়া সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত উলিওৱা ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।1
- 📌তামোল বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাক্সাত চাঞ্চল্যকৰ হত্যাকাণ্ড। 📌বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত পিতৃৰ আক্ৰমনত পুত্ৰৰ কৰুণ মৃত্যু। 📌ঘাতক পিতৃ গনেশ গয়াৰী শিমলা আৰক্ষীৰ জালত। 📌পিতৃৰ কোৰ'ৰ আক্ৰমনত মৃত্যু হোৱা পুত্ৰৰ নাম আওদা গয়াৰী।1
- অষ্টম নগর বাজারে1
- 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।1
- Post by Arshad Ali1
- কংগ্ৰেছৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ আৰু কাৰ্যালয় উদ্বোধন৷ মৰিগাঁও কোৱঁৰগাঁৱৰ নাট্যমঞ্চত প্ৰায় শতাধিক ভোটাৰৰ মন জয় কৰি এই প্ৰচাৰ অভিযান৷ প্ৰচাৰ সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা শশীমোহন বিশ্বাস,ধৰণীধৰ বৰগোহাঞি,প্ৰবিন শইকীয়া,সীমান্ত হাজৰিকা কে ধৰি মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টি অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাস৷2
- আজি হাগ্ৰামা মহিলাৰীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।1