logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

1 day ago
user_Badsha Ali
Badsha Ali
মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
1 day ago

More news from মেঘালয় and nearby areas
  • news banaa do
    1
    news banaa do
    user_Rupchan Ali
    Rupchan Ali
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    4 hrs ago
  • Post by Badsha Ali
    1
    Post by Badsha Ali
    user_Badsha Ali
    Badsha Ali
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    1 day ago
  • ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport
    1
    ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • 📌চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সোণতলীত দিল্লী আৰক্ষীৰ অভিযান। 📌কুখ্যাত চাইবাৰ অপৰাধী হাসমত আলী ওৰফে হাচিবক  গ্ৰেপ্তাৰ।
    1
    📌চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সোণতলীত দিল্লী আৰক্ষীৰ অভিযান।
📌কুখ্যাত চাইবাৰ অপৰাধী হাসমত আলী ওৰফে হাচিবক  গ্ৰেপ্তাৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    7 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • 🔴 শ্রীভূমি পুরসভার বিরুদ্ধে দুর্নীতি ও গাফিলতির বিস্ফোরক অভিযোগ বাম নেতা চন্দনের চক্রবর্তী। #Sribhumi #Road #শ্রীভূমি #শ্রীভূমি #পুরসভা #দুর্নীতিরঅভিযোগ #গাফিলতি #বামনেতা #চন্দনচক্রবর্তী #স্থানীয়সংবাদ #করিমগঞ্জ #আসাম #জনস্বার্থ #প্রশাসনিকব্যর্থতা
    1
    🔴 শ্রীভূমি পুরসভার বিরুদ্ধে দুর্নীতি ও গাফিলতির বিস্ফোরক অভিযোগ বাম নেতা চন্দনের চক্রবর্তী। #Sribhumi #Road #শ্রীভূমি #শ্রীভূমি #পুরসভা
#দুর্নীতিরঅভিযোগ #গাফিলতি 
#বামনেতা #চন্দনচক্রবর্তী 
#স্থানীয়সংবাদ #করিমগঞ্জ #আসাম 
#জনস্বার্থ #প্রশাসনিকব্যর্থতা
    user_SIMANTA BARTA NEWS CHANNEL
    SIMANTA BARTA NEWS CHANNEL
    Media house কৰিমগঞ্জ, কৰিমগঞ্জ, অসম•
    17 hrs ago
  • ৰহস্যময় মৃত্যুত কঁপি উঠিল হাউলী – মঞ্জিম আহমেদৰ জানাযাত দুই সহস্ৰাধিক লোকৰ সমাগম ANCHOR: বৰপেটা জিলাৰ হাউলী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আৰু ৰহস্যময় মৃত্যু। বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদ ওৰফে ৰুবুলৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে উঠিছে একাধিক প্ৰশ্ন। এই মৃত্যু হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ উত্তৰ এতিয়াও অমীমাংসিত। V/O: মৃত্যু সকলোৰে বাবে অৱধাৰিত যদিও কিছুমান মৃত্যু মানি লোৱা সমাজৰ বাবে অত্যন্ত কষ্টকৰ। এনেয়ে এক মৰ্মান্তিক ঘটনাই আজি কঁপি তুলিছে বৰপেটাৰ হাউলী অঞ্চল। বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত হাউলী থানাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ বাসিন্দা, শিক্ষক মজিবৰ ৰহমানৰ পুত্ৰ তথা বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদে কৰ্মসূত্ৰে হাউলীত ভাড়াঘৰত বাস কৰিছিল। জানিব পৰা মতে, কালি পুৱা তেওঁ নিজৰ ভাড়াঘৰৰ পৰা চাৰিচকীয়া বাহনেৰে ওলাই যায়। কিন্তু কিছু সময় পাছতেই এক চাঞ্চল্যকৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তেওঁৰ বাহনখন ৰাস্তাৰ এটা ফালে থকাৰ বিপৰীতে তেওঁক ৰাস্তাৰ আনটো ফালে অচেতন অৱস্থাত পৰি থকা দেখা যায়। আশ্চৰ্যজনকভাৱে বাহনত কোনো দুৰ্ঘটনাৰ চিহ্ন নাছিল যদিও তেওঁৰ মুখমণ্ডল আৰু মূৰৰ পিছফালে আঘাতৰ স্পষ্ট চিন দেখা যায়। এই ঘটনাই এতিয়া বহু সন্দেহৰ জন্ম দিছে। বহুতে ইয়াক সাধাৰণ দুৰ্ঘটনা নহয় বুলি কৈ পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক বৰপেটা মেডিকেল কলেজ আৰু হস্পিটাললৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। পিছত উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত নিয়া হলে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰথম অৱস্থাত পৰিয়ালে ইয়াক দুৰ্ঘটনা বুলি ভাবিছিল যদিও ক্ৰমান্বয়ে এই মৃত্যু ৰহস্যময় ৰূপ ল’ব ধৰিছে। মূৰত পোৱা আঘাতৰ ভিত্তিত পৰিয়ালৰ লগতে ৰাইজে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্থানীয় সংগঠনৰ নেতাসকলেও এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। অমায়িক স্বভাৱৰ এজন চফল ডেকা আৰু সফল ব্যৱসায়ী হিচাপে পৰিচিত মঞ্জিম আহমেদৰ মৃত্যুত হাউলী, কয়াকুছি, বেতবাৰী আৰু বৰবালা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। আজি বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ অন্তত দাৰুল উলুম বেতবাৰী বৰবালা মাদ্ৰাছা ফিল্ডত তেখেতৰ জানাযা সম্পন্ন হয়। এই জানাযাত দুই সহস্ৰাধিক লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। মৃত্যুৰ সময়ত তেখেতে পিতৃ-মাতৃ, ভাই-ককাই, পত্নী আৰু এগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। ANCHOR (OUTRO): এই ৰহস্যময় মৃত্যুৰ আঁৰত কি আছে—হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ সঠিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। তেতিয়ালৈ সমগ্ৰ অঞ্চল অপেক্ষাৰত।
    1
    ৰহস্যময় মৃত্যুত কঁপি উঠিল হাউলী – মঞ্জিম আহমেদৰ জানাযাত দুই সহস্ৰাধিক লোকৰ সমাগম
ANCHOR:
বৰপেটা জিলাৰ হাউলী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আৰু ৰহস্যময় মৃত্যু। বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদ ওৰফে ৰুবুলৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে উঠিছে একাধিক প্ৰশ্ন। এই মৃত্যু হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ উত্তৰ এতিয়াও অমীমাংসিত।
V/O:
মৃত্যু সকলোৰে বাবে অৱধাৰিত যদিও কিছুমান মৃত্যু মানি লোৱা সমাজৰ বাবে অত্যন্ত কষ্টকৰ। এনেয়ে এক মৰ্মান্তিক ঘটনাই আজি কঁপি তুলিছে বৰপেটাৰ হাউলী অঞ্চল।
বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত হাউলী থানাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ বাসিন্দা, শিক্ষক মজিবৰ ৰহমানৰ পুত্ৰ তথা বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদে কৰ্মসূত্ৰে হাউলীত ভাড়াঘৰত বাস কৰিছিল।
জানিব পৰা মতে, কালি পুৱা তেওঁ নিজৰ ভাড়াঘৰৰ পৰা চাৰিচকীয়া বাহনেৰে ওলাই যায়। কিন্তু কিছু সময় পাছতেই এক চাঞ্চল্যকৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
তেওঁৰ বাহনখন ৰাস্তাৰ এটা ফালে থকাৰ বিপৰীতে তেওঁক ৰাস্তাৰ আনটো ফালে অচেতন অৱস্থাত পৰি থকা দেখা যায়। আশ্চৰ্যজনকভাৱে বাহনত কোনো দুৰ্ঘটনাৰ চিহ্ন নাছিল যদিও তেওঁৰ মুখমণ্ডল আৰু মূৰৰ পিছফালে আঘাতৰ স্পষ্ট চিন দেখা যায়।
এই ঘটনাই এতিয়া বহু সন্দেহৰ জন্ম দিছে। বহুতে ইয়াক সাধাৰণ দুৰ্ঘটনা নহয় বুলি কৈ পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।
স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক বৰপেটা মেডিকেল কলেজ আৰু হস্পিটাললৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। পিছত উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত নিয়া হলে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
প্ৰথম অৱস্থাত পৰিয়ালে ইয়াক দুৰ্ঘটনা বুলি ভাবিছিল যদিও ক্ৰমান্বয়ে এই মৃত্যু ৰহস্যময় ৰূপ ল’ব ধৰিছে। মূৰত পোৱা আঘাতৰ ভিত্তিত পৰিয়ালৰ লগতে ৰাইজে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্থানীয় সংগঠনৰ নেতাসকলেও এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।
অমায়িক স্বভাৱৰ এজন চফল ডেকা আৰু সফল ব্যৱসায়ী হিচাপে পৰিচিত মঞ্জিম আহমেদৰ মৃত্যুত হাউলী, কয়াকুছি, বেতবাৰী আৰু বৰবালা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
আজি বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ অন্তত দাৰুল উলুম বেতবাৰী বৰবালা মাদ্ৰাছা ফিল্ডত তেখেতৰ জানাযা সম্পন্ন হয়। এই জানাযাত দুই সহস্ৰাধিক লোকৰ উপস্থিতি লক্ষ্য কৰা যায়।
মৃত্যুৰ সময়ত তেখেতে পিতৃ-মাতৃ, ভাই-ককাই, পত্নী আৰু এগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।
ANCHOR (OUTRO):
এই ৰহস্যময় মৃত্যুৰ আঁৰত কি আছে—হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ সঠিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। তেতিয়ালৈ সমগ্ৰ অঞ্চল অপেক্ষাৰত।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    19 hrs ago
  • गुवाहाटी महानगर के सीजूबारी में युवा शक्ति नाम लेकर चल रहे थे वृत्तीय प्रतिष्ठान स्थानीय लोगों ने युवा शक्ति वृत्तीय प्रतिष्ठा को उनके पैसे हरअपने को लेकर दिया बयान.... #newsreport
    1
    गुवाहाटी महानगर के सीजूबारी में युवा शक्ति नाम लेकर चल रहे थे वृत्तीय प्रतिष्ठान स्थानीय लोगों ने युवा शक्ति वृत्तीय प्रतिष्ठा को उनके पैसे हरअपने को लेकर दिया बयान....
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.