logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Milan bazar news banaa do

13 hrs ago
user_Rupchan Ali
Rupchan Ali
মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
13 hrs ago

Milan bazar news banaa do

More news from মেঘালয় and nearby areas
  • news banaa do
    1
    news banaa do
    user_Rupchan Ali
    Rupchan Ali
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    13 hrs ago
  • বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    2
    বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,,
" দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,,
বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ  চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport
    1
    ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
  • 📌চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সোণতলীত দিল্লী আৰক্ষীৰ অভিযান। 📌কুখ্যাত চাইবাৰ অপৰাধী হাসমত আলী ওৰফে হাচিবক  গ্ৰেপ্তাৰ।
    1
    📌চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সোণতলীত দিল্লী আৰক্ষীৰ অভিযান।
📌কুখ্যাত চাইবাৰ অপৰাধী হাসমত আলী ওৰফে হাচিবক  গ্ৰেপ্তাৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    16 hrs ago
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    5 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।
    1
    স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত  অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.