Shuru
Apke Nagar Ki App…
সেহতীয়াকৈ ৰাইজৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ অব্যাহত। বিদ্যুৎ ব্যাহত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিল-বৰষুণ, ধুমুহা। ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত বিদ্যুৎ যোগান ।
Sampler Group Assam
সেহতীয়াকৈ ৰাইজৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ অব্যাহত। বিদ্যুৎ ব্যাহত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিল-বৰষুণ, ধুমুহা। ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত বিদ্যুৎ যোগান ।
More news from অসম and nearby areas
- উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।1
- গোৱালপাৰাৰ খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে #pratdintalks1
- Post by TIME 24 ASSAM1
- Post by Abdul Salam3
- Post by Mahesh kumar das1
- মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। এগৰাকী শিক্ষকৰ বাবে বিশেষ মুহূৰ্ত কেৱল সন্মানাই নহয় ছাত্ৰ ছাত্ৰী সকলৰ সফলতাও শিক্ষক এজনৰ স্বীকৃতি আৰু প্ৰাপ্তি হয়।1
- Post by Mahesh kumar das1
- Post by T News1
- এজাক বৰষুণত ঢেকীয়াজুলিৰ গাধাজুলিত কৃত্ৰিম বানপানীৰ সৃষ্টি হ’য়1