Shuru
Apke Nagar Ki App…
Debojit Kumar Bordoloi
More news from অসম and nearby areas
- Datura flowers1
- পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই1
- Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ আজি ব্ৰহ্মপুত্ৰৰ সুতিত এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে আৰক্ষীৰ দল আৰু এছ.ডি.আৰ.এফৰ দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে নয়াবজাৰ টহলদাৰী আৰক্ষী চকী বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।1
- ব'হাগৰ এদিন--- লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।1
- আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।1
- Post by অঞ্জন শইকীয়া1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক1