logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Bajirao Mastani fodt9 giot

1 day ago
user_Dilwar Hussan
Dilwar Hussan
গেংটক, গেংটক, চিকিম•
1 day ago

Bajirao Mastani fodt9 giot

More news from অসম and nearby areas
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    11 hrs ago
  • Dhubri District Assam News video Alokjhari Mahamai Dahm Mala TAMARHATHAT
    2
    Dhubri District Assam News video 
Alokjhari Mahamai Dahm Mala TAMARHATHAT
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Teacher গৌৰীপুৰ, ধুবুৰী, অসম•
    16 hrs ago
  • 📌ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান। 📌অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।
    1
    📌ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান।
📌অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • এইবাৰ বহু ৰথি-মহাৰথী আৰক্ষীৰ জালত। এক গোপন তথ্যৰ ভিত্তিত ৰাতি ধুবুৰী সদৰ আৰক্ষীয়ে উক্ত ক্লাৱত অকস্মাতে অভিযান চলায়। ধুবুৰী চহৰৰ মাজমজিয়াত থকা মিতালী ক্লাবত ৰাতি ৯ বজাৰ পৰা মাজ নিশা ২ বজালৈ চলিল এই অভিযান। অভিযানত ১৬ জনকৈ জুৱাৰীক হাতে লোটে ধৰা পেলায় যদিও ১১ জন জুৱাৰীক ৰহস্যজনক ভাবে এৰি দি মাত্ৰ ৫ জনক আটক কৰি থানালৈ লৈ আনি স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। মিতালী ক্লাবত বহু দিন ধৰি ঘৰৰ দৰজা বন্ধ কৰি গোপনে চলাই গৈছিল ৰমৰমীয়া জুৱাৰ খেল। ক্লাবটোত মদৰ বটল, কাচৰ গিলাচ পৰি থকাৰ দৃশ্য জল-জল পট-পট। ১৬ জনকৈ ৰথি-মহাৰথী মিতালী ক্লাবত জুৱা খেলি থকা অৱস্থাত ধুবুৰী সদৰ আৰক্ষীয়ে ক্লাবতে আৱদ্ধ কৰি ৫ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত ৫ জনক আটক কৰি থানালৈ লৈ আনে। দৰাচলতে ধুবুৰী সদৰ আৰক্ষীৰ এয়া জুৱা বিৰোধী অভিযান নে আন কোনো কাৰণ। ইয়াকে লৈ সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
    1
    এইবাৰ বহু ৰথি-মহাৰথী আৰক্ষীৰ জালত।
এক গোপন তথ্যৰ ভিত্তিত ৰাতি ধুবুৰী সদৰ আৰক্ষীয়ে উক্ত ক্লাৱত অকস্মাতে অভিযান চলায়।
ধুবুৰী চহৰৰ মাজমজিয়াত থকা মিতালী ক্লাবত ৰাতি ৯ বজাৰ পৰা মাজ নিশা ২ বজালৈ চলিল এই অভিযান।
অভিযানত ১৬ জনকৈ জুৱাৰীক হাতে লোটে ধৰা পেলায় যদিও ১১ জন জুৱাৰীক ৰহস্যজনক ভাবে এৰি দি মাত্ৰ ৫ জনক আটক কৰি থানালৈ লৈ আনি স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
মিতালী ক্লাবত বহু দিন ধৰি ঘৰৰ দৰজা বন্ধ কৰি গোপনে চলাই গৈছিল ৰমৰমীয়া জুৱাৰ খেল।
ক্লাবটোত মদৰ বটল, কাচৰ গিলাচ পৰি থকাৰ দৃশ্য জল-জল পট-পট।
১৬ জনকৈ ৰথি-মহাৰথী মিতালী ক্লাবত জুৱা খেলি থকা অৱস্থাত ধুবুৰী সদৰ আৰক্ষীয়ে ক্লাবতে আৱদ্ধ কৰি ৫ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত ৫ জনক আটক কৰি থানালৈ লৈ আনে।
দৰাচলতে ধুবুৰী সদৰ আৰক্ষীৰ এয়া জুৱা বিৰোধী অভিযান নে আন কোনো কাৰণ। ইয়াকে লৈ সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    20 hrs ago
  • কোকৰাঝাৰ জিলাৰ কাজিগাও থানাৰ অন্তৰ্গত পাতাৰডুবি গাওত গো হত্যা
    1
    কোকৰাঝাৰ জিলাৰ কাজিগাও থানাৰ অন্তৰ্গত পাতাৰডুবি গাওত গো হত্যা
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    23 hrs ago
  • GP-Hapachara, Nachanguri Market to 2 No Garugaon ,PO- Garugaon -Pin - 783383, Nachanguri Market to Garugaon Main Road Area-2 Km Distance
    3
    GP-Hapachara, Nachanguri Market to 2 No Garugaon ,PO- Garugaon -Pin - 783383, 
Nachanguri Market to Garugaon Main Road  Area-2 Km Distance
    user_Mahira Hussain
    Mahira Hussain
    বইটামাৰী, বঙাইগাঁও, অসম•
    20 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    21 hrs ago
  • 📌ধুবুৰীৰ খলিলপুৰত এটি মদৰ দোকানক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় প্ৰতিনিধিৰ লগতে সচেতন মহলৰ
    1
    📌ধুবুৰীৰ খলিলপুৰত এটি মদৰ দোকানক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় প্ৰতিনিধিৰ লগতে সচেতন মহলৰ
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.