logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কোনে লাভ কৰিব মানকাচৰ সমষ্টিৰ কংগ্ৰেছৰ টিকট? মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ বাবে আবেদন কৰিছে ৮ জন আশাবাদী প্ৰাৰ্থীয়ে। সমৰ্থকৰ বিচাৰিছে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীয়ে লাভ কৰক কংগ্ৰেছৰ টিকট। T News

1 day ago
user_T News
T News
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
1 day ago

কোনে লাভ কৰিব মানকাচৰ সমষ্টিৰ কংগ্ৰেছৰ টিকট? মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ বাবে আবেদন কৰিছে ৮ জন আশাবাদী প্ৰাৰ্থীয়ে। সমৰ্থকৰ বিচাৰিছে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীয়ে লাভ কৰক কংগ্ৰেছৰ টিকট। T News

More news from অসম and nearby areas
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    1 hr ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • 📌ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান। 📌অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।
    1
    📌ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান।
📌অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    23 hrs ago
  • Dhubri District Assam News video Alokjhari Mahamai Dahm Mala TAMARHATHAT
    2
    Dhubri District Assam News video 
Alokjhari Mahamai Dahm Mala TAMARHATHAT
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Teacher গৌৰীপুৰ, ধুবুৰী, অসম•
    21 hrs ago
  • আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    1
    আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
    1
    अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
    user_Passhim moinbari News 📰
    Passhim moinbari News 📰
    Police Officer কলগাছিয়া, বৰপেটা, অসম•
    22 hrs ago
  • মালিবারি বাস হাট
    1
    মালিবারি বাস হাট
    user_Hafiz asrafulalamin
    Hafiz asrafulalamin
    বকো, কামৰূপ, অসম•
    4 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত এজন জুবিন অনুৰাগীয়ে কলে। মামা জুবিন গাৰ্গৰ ন্যায় লাগিব। এই কথা শুনি খং উঠিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মানুহজন লৈ খঙেৰে চালে মুখ্যমন্ত্ৰী, দৃশ্য টো ভাইৰাল হ'ল সামাজিক মাধ্যমত
    1
    অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত এজন জুবিন অনুৰাগীয়ে কলে। মামা জুবিন গাৰ্গৰ ন্যায় লাগিব। এই কথা শুনি খং উঠিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মানুহজন লৈ খঙেৰে চালে মুখ্যমন্ত্ৰী, দৃশ্য টো ভাইৰাল হ'ল সামাজিক মাধ্যমত
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.