Shuru
Apke Nagar Ki App…
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত সজাগতা সভা ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
Pranabasish Roy
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত সজাগতা সভা ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
More news from অসম and nearby areas
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- Dhubri District Assam News video Alokjhari Mahamai Dahm Mala TAMARHATHAT2
- 📌ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান। 📌অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে।1
- এইবাৰ বহু ৰথি-মহাৰথী আৰক্ষীৰ জালত। এক গোপন তথ্যৰ ভিত্তিত ৰাতি ধুবুৰী সদৰ আৰক্ষীয়ে উক্ত ক্লাৱত অকস্মাতে অভিযান চলায়। ধুবুৰী চহৰৰ মাজমজিয়াত থকা মিতালী ক্লাবত ৰাতি ৯ বজাৰ পৰা মাজ নিশা ২ বজালৈ চলিল এই অভিযান। অভিযানত ১৬ জনকৈ জুৱাৰীক হাতে লোটে ধৰা পেলায় যদিও ১১ জন জুৱাৰীক ৰহস্যজনক ভাবে এৰি দি মাত্ৰ ৫ জনক আটক কৰি থানালৈ লৈ আনি স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। মিতালী ক্লাবত বহু দিন ধৰি ঘৰৰ দৰজা বন্ধ কৰি গোপনে চলাই গৈছিল ৰমৰমীয়া জুৱাৰ খেল। ক্লাবটোত মদৰ বটল, কাচৰ গিলাচ পৰি থকাৰ দৃশ্য জল-জল পট-পট। ১৬ জনকৈ ৰথি-মহাৰথী মিতালী ক্লাবত জুৱা খেলি থকা অৱস্থাত ধুবুৰী সদৰ আৰক্ষীয়ে ক্লাবতে আৱদ্ধ কৰি ৫ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত ৫ জনক আটক কৰি থানালৈ লৈ আনে। দৰাচলতে ধুবুৰী সদৰ আৰক্ষীৰ এয়া জুৱা বিৰোধী অভিযান নে আন কোনো কাৰণ। ইয়াকে লৈ সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।1
- Post by T News1
- GP-Hapachara, Nachanguri Market to 2 No Garugaon ,PO- Garugaon -Pin - 783383, Nachanguri Market to Garugaon Main Road Area-2 Km Distance3
- আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।1
- 📌ধুবুৰীৰ খলিলপুৰত এটি মদৰ দোকানক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় প্ৰতিনিধিৰ লগতে সচেতন মহলৰ1