logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান । । #NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations

1 hr ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
1 hr ago

সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান । । #NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations

More news from অসম and nearby areas
  • সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান । । #NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations
    1
    সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ  সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ  সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
।
।
#NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    1 hr ago
  • অসমৰ এন ডি এ বিধায়িনী দলে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰে।
    1
    অসমৰ এন ডি এ বিধায়িনী দলে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰে।
    user_NE 24 ASSAM MEDIA NETWORK
    NE 24 ASSAM MEDIA NETWORK
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    8 hrs ago
  • ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    1
    ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    1
    আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    17 hrs ago
  • গোলকগঞ্জৰ তামাৰহাটৰ মুছলমানপাৰাত এখন দ গাঁতত গা ধুবলৈ গৈ ৭ বছৰীয়া ছাত্ৰ হাছিদুল শ্বেখ নিৰুদ্দেশ হয়। বিদ্যালয়ৰ পৰা আহি ঘৰৰ কাষতে থকা নীতি বহিৰ্ভূতভাৱে খন্দা এই গাঁতটোত তেওঁ পৰিছিল। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    1
    গোলকগঞ্জৰ তামাৰহাটৰ মুছলমানপাৰাত এখন দ গাঁতত গা ধুবলৈ গৈ ৭ বছৰীয়া ছাত্ৰ হাছিদুল শ্বেখ নিৰুদ্দেশ হয়। বিদ্যালয়ৰ পৰা আহি ঘৰৰ কাষতে থকা নীতি বহিৰ্ভূতভাৱে খন্দা এই গাঁতটোত তেওঁ পৰিছিল। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    user_The News অসম 24
    The News অসম 24
    Local News Reporter গোলাকগঞ্জ অংশ, ধুবুৰী, অসম•
    21 hrs ago
  • বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
    1
    বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ পাছত জেপি নড্ডাই তেওঁৰ নাম ঘোষণা কৰে। অহা ১২ মে'ত পুৱা ১১ বজাত তেওঁ শপত গ্ৰহণ কৰিব।
    user_Sadhna yadav
    Sadhna yadav
    Srijangram, Bongaigaon•
    23 hrs ago
  • কামৰূপৰ নাগৰবেৰাস্থিত মিলনপুৰ বজাৰত হেকাৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিয়ে কৃতী ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰা প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ আৰু নগদ ৫০০ টকাৰে উৎসাহিত কৰা হয়। এই অনুষ্ঠানে আগন্তুক দিনত তেওঁলোকক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
    1
    কামৰূপৰ নাগৰবেৰাস্থিত মিলনপুৰ বজাৰত হেকাৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিয়ে কৃতী ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰা প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ আৰু নগদ ৫০০ টকাৰে উৎসাহিত কৰা হয়। এই অনুষ্ঠানে আগন্তুক দিনত তেওঁলোকক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
    user_Nilumoni baishya
    Nilumoni baishya
    Art Centre নগৰবেৰা, কামৰূপ, অসম•
    19 hrs ago
  • আজি মাতৃ দিৱস উপলক্ষে ধুবুৰীৰ গৌৰীপুৰতো উলহ-মালহৰে উদযাপন কৰা হয়। গৌৰীপুৰ গুৰুকুল ইংলিছ একাডেমীৰ উদ্যোগত ৰাজহুৱা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
    1
    আজি মাতৃ দিৱস উপলক্ষে ধুবুৰীৰ গৌৰীপুৰতো উলহ-মালহৰে উদযাপন কৰা হয়। গৌৰীপুৰ গুৰুকুল ইংলিছ একাডেমীৰ উদ্যোগত ৰাজহুৱা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.