Shuru
Apke Nagar Ki App…
ইৰানৰ শক্তি দেখি হাহাকাৰ লাগিছে ইজৰাইল-আমেৰিকাৰ। নেতান্যাহুৰ কাৰ্যালয়ক লক্ষ্য ইৰানীয়ান সেনাৰ। বায়ুসেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়টো মিছাইল আক্ৰমণ ইৰানৰ শক্তি দেখি হাহাকাৰ লাগিছে ইজৰাইল-আমেৰিকাৰ। নেতান্যাহুৰ কাৰ্যালয়ক লক্ষ্য ইৰানীয়ান সেনাৰ। বায়ুসেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়টো মিছাইল আক্ৰমণ
The Times of Guwahati
ইৰানৰ শক্তি দেখি হাহাকাৰ লাগিছে ইজৰাইল-আমেৰিকাৰ। নেতান্যাহুৰ কাৰ্যালয়ক লক্ষ্য ইৰানীয়ান সেনাৰ। বায়ুসেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়টো মিছাইল আক্ৰমণ ইৰানৰ শক্তি দেখি হাহাকাৰ লাগিছে ইজৰাইল-আমেৰিকাৰ। নেতান্যাহুৰ কাৰ্যালয়ক লক্ষ্য ইৰানীয়ান সেনাৰ। বায়ুসেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়টো মিছাইল আক্ৰমণ
More news from Nagaon and nearby areas
- জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।1
- বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে1
- নিজৰ সপোনৰ মটৰ চাইকেল খন চুৰি হোৱাৰ পিছত মানসিক বাবে ভাঙি পৰিছে ৰূপহী হাটৰ এজন যুৱক বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে1
- Post by Rabinrda Gour1
- তিনি দফীয়া দাবীৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিছাত আদিবাসী ছাত্ৰ সন্থাৰ মটৰচাইকেল ৰেলী1
- Post by HOJAI JUGIJAN NEWS1
- ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰানৰ । #usa #UEA #IranWar #iran #Israel1
- জন আশীৰ আশীৰ্বাদ ৰেলীত ভাগ লৈ নগাঁৱৰ বেবেজীয়াত উপস্থিত হৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱনটি উদ্ধোধন কৰে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল কিশোৰী ধৰ্ষণৰ ঘটনা ৷ উক্ত ধৰ্ষণৰ সৈতে জৰিত আছিল এগৰাকী ফলমূলৰ দোকানী ৷সেয়েহে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে ঢেকীয়াজুলিৰ ফলমূলৰ দোকান বন্ধ ৰাখিবলৈ আহ্বান মহিলা সমিতিৰ ৷1