logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলগাছিয়াৰ বালিকুৰি অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এক উখল-মাখল পৰিৱেশেৰে মহৰম উৎসৱ পালন কৰিছে। এই উপলক্ষে পৰম্পৰাগত জাৰি গানেৰে চৌদিশ মুখৰিত কৰি ইমাম হুছেইন আৰু হাছানক স্মৰণ কৰা হৈছে। ইছলামধৰ্মী লোকসকলে আসনত ধূপ-চাকি জ্বলাই সেৱা আগবঢ়াইছে, আৰু ইছলাম ধৰ্ম প্ৰচাৰৰ নামত শ্বহীদ হোৱা ইমাম হুছেইন-হাছানক স্মৰণ কৰি একাংশ মুছলমান হুকহুকাই কান্দি উঠিছে। উল্লেখ্য যে, মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এই মাহৰ প্ৰথম দিন, অৰ্থাৎ ১৬ জুনৰ পৰা কলগাছিয়াৰ বালিকুৰি অঞ্চলৰ ইছলামধৰ্মী লোকসকলে উলহ-মালহেৰে এই উৎসৱ উদযাপন কৰি আহিছে। মহৰম উপলক্ষে বালিকুৰি গাঁৱৰ ৰাইজে নিজৰ চোতালত একগোট হৈ দলবদ্ধভাৱে ঘূৰি ঘূৰি জাৰি গীত গাই এই মহৰম উৎসৱ পালন কৰিছে। আৰবী মহৰম মাহৰ ১০ তাৰিখে প্ৰিয় নবী হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইনে ইৰাক ৰাষ্ট্ৰৰ কাৰবালাৰ মৰুপ্ৰান্তত কাফিৰসকলৰ হাতত কৰুণভাৱে প্ৰাণ আহুতি দিছিল। এই দিনটোৰ পৰাই মুছলমানসকলে মহৰম মাহৰ দহ দিনলৈকে এইদৰে মহৰম উৎসৱ পালন কৰে।

5 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
5 hrs ago

কলগাছিয়াৰ বালিকুৰি অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এক উখল-মাখল পৰিৱেশেৰে মহৰম উৎসৱ পালন কৰিছে। এই উপলক্ষে পৰম্পৰাগত জাৰি গানেৰে চৌদিশ মুখৰিত কৰি ইমাম হুছেইন আৰু হাছানক স্মৰণ কৰা হৈছে। ইছলামধৰ্মী লোকসকলে আসনত ধূপ-চাকি জ্বলাই সেৱা আগবঢ়াইছে, আৰু ইছলাম ধৰ্ম প্ৰচাৰৰ নামত শ্বহীদ হোৱা ইমাম হুছেইন-হাছানক স্মৰণ কৰি একাংশ মুছলমান হুকহুকাই কান্দি উঠিছে। উল্লেখ্য যে, মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এই মাহৰ প্ৰথম দিন, অৰ্থাৎ ১৬ জুনৰ পৰা কলগাছিয়াৰ বালিকুৰি অঞ্চলৰ ইছলামধৰ্মী লোকসকলে উলহ-মালহেৰে এই উৎসৱ উদযাপন কৰি আহিছে। মহৰম উপলক্ষে বালিকুৰি গাঁৱৰ ৰাইজে নিজৰ চোতালত একগোট হৈ দলবদ্ধভাৱে ঘূৰি ঘূৰি জাৰি গীত গাই এই মহৰম উৎসৱ পালন কৰিছে। আৰবী মহৰম মাহৰ ১০ তাৰিখে প্ৰিয় নবী হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইনে ইৰাক ৰাষ্ট্ৰৰ কাৰবালাৰ মৰুপ্ৰান্তত কাফিৰসকলৰ হাতত কৰুণভাৱে প্ৰাণ আহুতি দিছিল। এই দিনটোৰ পৰাই মুছলমানসকলে মহৰম মাহৰ দহ দিনলৈকে এইদৰে মহৰম উৎসৱ পালন কৰে।

More news from অসম and nearby areas
  • কলগাছিয়াৰ বালিকুৰি অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এক উখল-মাখল পৰিৱেশেৰে মহৰম উৎসৱ পালন কৰিছে। এই উপলক্ষে পৰম্পৰাগত জাৰি গানেৰে চৌদিশ মুখৰিত কৰি ইমাম হুছেইন আৰু হাছানক স্মৰণ কৰা হৈছে। ইছলামধৰ্মী লোকসকলে আসনত ধূপ-চাকি জ্বলাই সেৱা আগবঢ়াইছে, আৰু ইছলাম ধৰ্ম প্ৰচাৰৰ নামত শ্বহীদ হোৱা ইমাম হুছেইন-হাছানক স্মৰণ কৰি একাংশ মুছলমান হুকহুকাই কান্দি উঠিছে। উল্লেখ্য যে, মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এই মাহৰ প্ৰথম দিন, অৰ্থাৎ ১৬ জুনৰ পৰা কলগাছিয়াৰ বালিকুৰি অঞ্চলৰ ইছলামধৰ্মী লোকসকলে উলহ-মালহেৰে এই উৎসৱ উদযাপন কৰি আহিছে। মহৰম উপলক্ষে বালিকুৰি গাঁৱৰ ৰাইজে নিজৰ চোতালত একগোট হৈ দলবদ্ধভাৱে ঘূৰি ঘূৰি জাৰি গীত গাই এই মহৰম উৎসৱ পালন কৰিছে। আৰবী মহৰম মাহৰ ১০ তাৰিখে প্ৰিয় নবী হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইনে ইৰাক ৰাষ্ট্ৰৰ কাৰবালাৰ মৰুপ্ৰান্তত কাফিৰসকলৰ হাতত কৰুণভাৱে প্ৰাণ আহুতি দিছিল। এই দিনটোৰ পৰাই মুছলমানসকলে মহৰম মাহৰ দহ দিনলৈকে এইদৰে মহৰম উৎসৱ পালন কৰে।
    1
    কলগাছিয়াৰ বালিকুৰি অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এক উখল-মাখল পৰিৱেশেৰে মহৰম উৎসৱ পালন কৰিছে। এই উপলক্ষে পৰম্পৰাগত জাৰি গানেৰে চৌদিশ মুখৰিত কৰি ইমাম হুছেইন আৰু হাছানক স্মৰণ কৰা হৈছে। ইছলামধৰ্মী লোকসকলে আসনত ধূপ-চাকি জ্বলাই সেৱা আগবঢ়াইছে, আৰু ইছলাম ধৰ্ম প্ৰচাৰৰ নামত শ্বহীদ হোৱা ইমাম হুছেইন-হাছানক স্মৰণ কৰি একাংশ মুছলমান হুকহুকাই কান্দি উঠিছে।

উল্লেখ্য যে, মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। এই মাহৰ প্ৰথম দিন, অৰ্থাৎ ১৬ জুনৰ পৰা কলগাছিয়াৰ বালিকুৰি অঞ্চলৰ ইছলামধৰ্মী লোকসকলে উলহ-মালহেৰে এই উৎসৱ উদযাপন কৰি আহিছে। মহৰম উপলক্ষে বালিকুৰি গাঁৱৰ ৰাইজে নিজৰ চোতালত একগোট হৈ দলবদ্ধভাৱে ঘূৰি ঘূৰি জাৰি গীত গাই এই মহৰম উৎসৱ পালন কৰিছে।

আৰবী মহৰম মাহৰ ১০ তাৰিখে প্ৰিয় নবী হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইনে ইৰাক ৰাষ্ট্ৰৰ কাৰবালাৰ মৰুপ্ৰান্তত কাফিৰসকলৰ হাতত কৰুণভাৱে প্ৰাণ আহুতি দিছিল। এই দিনটোৰ পৰাই মুছলমানসকলে মহৰম মাহৰ দহ দিনলৈকে এইদৰে মহৰম উৎসৱ পালন কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • বৰপেটা জিলাৰ ভেৰালদি অঞ্চলত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছতে অঞ্চলটোত যৌতুক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটো উত্তাল হৈ পৰিছে।
    1
    বৰপেটা জিলাৰ ভেৰালদি অঞ্চলত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছতে অঞ্চলটোত যৌতুক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটো উত্তাল হৈ পৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • অম্বুবাচী মেলা চাবলৈ অহা বহি ৰাজ্যৰ এগৰাকী দৰ্শনাৰ্থীক ট্ৰেইনৰ পৰা পেলাই দিয়াৰ ঘটনা সন্দৰ্ভত বঙাইগাঁও ৰেল আৰক্ষীয়ে দুৰ্বৃত্তজনক আটক কৰিছে। এই ঘটনা যোগীঘোপাত সংঘটিত হৈছিল, য'ত ২২৪৪৯ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰেলৰ পৰা এজন দৰ্শনাৰ্থীক পেলাই দিয়া হৈছিল। জম্মুৰ পৰা অহা পাঁচজনীয়া বন্ধুৰ দলৰ ভিতৰত বিকি শৰ্মা নামৰ এজনক এজন দুৰ্বৃত্তই ৰেলৰ পৰা পেলাই দিছিল। বঙাইগাঁও ৰেল আৰক্ষীয়ে অভিযান চলাই ধুবুৰী জিলাৰ ছফিকুল ইছলাম নামৰ দুৰ্বৃত্তজনক আটক কৰে।
    1
    অম্বুবাচী মেলা চাবলৈ অহা বহি ৰাজ্যৰ এগৰাকী দৰ্শনাৰ্থীক ট্ৰেইনৰ পৰা পেলাই দিয়াৰ ঘটনা সন্দৰ্ভত বঙাইগাঁও ৰেল আৰক্ষীয়ে দুৰ্বৃত্তজনক আটক কৰিছে। এই ঘটনা যোগীঘোপাত সংঘটিত হৈছিল, য'ত ২২৪৪৯ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ৰেলৰ পৰা এজন দৰ্শনাৰ্থীক পেলাই দিয়া হৈছিল। জম্মুৰ পৰা অহা পাঁচজনীয়া বন্ধুৰ দলৰ ভিতৰত বিকি শৰ্মা নামৰ এজনক এজন দুৰ্বৃত্তই ৰেলৰ পৰা পেলাই দিছিল। বঙাইগাঁও ৰেল আৰক্ষীয়ে অভিযান চলাই ধুবুৰী জিলাৰ ছফিকুল ইছলাম নামৰ দুৰ্বৃত্তজনক আটক কৰে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    2 hrs ago
  • মুছলপুৰত বিপিএফৰ পলিচি মেকিং বডী (PMB)ৰ বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
    1
    মুছলপুৰত বিপিএফৰ পলিচি মেকিং বডী (PMB)ৰ বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    1
    বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    22 hrs ago
  • তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আছে, য'ত প্ৰায় প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় বাসিন্দাসকলক অতিষ্ঠ কৰি তুলিছে। যোৱা নিশা অভয়পুৰ গাঁৱত পুনৰ বন্যহস্তীৰ তাণ্ডৱে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে। জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে অভয়পুৰ গাঁৱত প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে। হাতী দুটাই সৰস্বতী মণ্ডল আৰু বিনা ৰাণী মণ্ডলৰ বাসগৃহত তাণ্ডৱ চলাই ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে। হঠাতে হাতীৰ আগমনত গাঁওখনত আতংকৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে টিন বজাই, জুই জ্বলাই আৰু ফটকা ফুটাই বহু সময় ধৰি হাতী খেদিবলৈ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি চলি থকা এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিদিনে আতংকৰ মাজত জীৱন কটাবলগীয়া হৈছে আৰু নিশা হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ফলস্বৰূপে, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলে বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
    1
    তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আছে, য'ত প্ৰায় প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় বাসিন্দাসকলক অতিষ্ঠ কৰি তুলিছে। যোৱা নিশা অভয়পুৰ গাঁৱত পুনৰ বন্যহস্তীৰ তাণ্ডৱে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে।

জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে অভয়পুৰ গাঁৱত প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে। হাতী দুটাই সৰস্বতী মণ্ডল আৰু বিনা ৰাণী মণ্ডলৰ বাসগৃহত তাণ্ডৱ চলাই ঘৰ আৰু দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যথেষ্ট ক্ষতি সাধন কৰে।

হঠাতে হাতীৰ আগমনত গাঁওখনত আতংকৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে টিন বজাই, জুই জ্বলাই আৰু ফটকা ফুটাই বহু সময় ধৰি হাতী খেদিবলৈ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি চলি থকা এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিদিনে আতংকৰ মাজত জীৱন কটাবলগীয়া হৈছে আৰু নিশা হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ফলস্বৰূপে, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলে বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • কলগাছিয়াৰ বালিকুৰিত ইছলাম ধৰ্মীয় মহৰম উৎসৱ পালন কৰা হৈছে এক উখল মাখল পৰিৱেশৰ মাজত। এই উৎসৱৰ সময়ত জাৰি গীত পৰিৱেশনৰ মাজতে এজন মুছলমানে ইমাম হুছেইন-হাছানক স্মৰণ কৰি হুক হুকাই কন্দাৰ এক আৱেগিক দৃশ্য পৰিলক্ষিত হয়। মহৰম মাহৰ প্ৰথম দিনৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ উৎসৱ মাহটোৰ দহ তাৰিখে শেষ হয়।
    1
    কলগাছিয়াৰ বালিকুৰিত ইছলাম ধৰ্মীয় মহৰম উৎসৱ পালন কৰা হৈছে এক উখল মাখল পৰিৱেশৰ মাজত। এই উৎসৱৰ সময়ত জাৰি গীত পৰিৱেশনৰ মাজতে এজন মুছলমানে ইমাম হুছেইন-হাছানক স্মৰণ কৰি হুক হুকাই কন্দাৰ এক আৱেগিক দৃশ্য পৰিলক্ষিত হয়। মহৰম মাহৰ প্ৰথম দিনৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ উৎসৱ মাহটোৰ দহ তাৰিখে শেষ হয়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে। এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
    2
    বাক্সা জিলাৰ নিচলামাৰীত অৱস্থিত হলাপাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমান পানীৰ তলত। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে মেটেকাৰে আৱৰি আছে।

এই পৰিস্থিতিৰ বাবে উপায়হীন হৈ বিদ্যালয়খনৰ শিক্ষকে ওচৰতে থকা এক আশ্ৰমত পাঠদান কৰি আছে। বিদ্যালয়খনৰ শিক্ষকসকলে অৱগত কৰা মতে, পাগলদীয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতেই এই কৃত্তিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে শিক্ষা বিভাগক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
    user_Manas Pratim
    Manas Pratim
    Local News Reporter বাগানপাৰা (পিটি), বাক্সা, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.